• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ঃ ১৩ হাজাৰ বৰ্গ কিলোমিটাৰতকৈ অধিক বনাঞ্চল বেদখলকাৰীৰ কবলত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2025 2:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত দাখিল কৰা তথ্য অনুসৰি ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩ হাজাৰ বৰ্গ কিলোমিটাৰতকৈ অধিক বনাঞ্চল বেদখলকাৰীৰ কবলত। যিটো অঞ্চল দিল্লী, ছিকিম আৰু গোৱাৰ সংযুক্ত ভৌগোলিক আকাৰতকৈও ডাঙৰ হ’ব।

এই অঞ্চলসমূহৰ ভিতৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, চণ্ডীগড়, ছত্তীশগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, কেৰেলা, লক্ষদ্বীপ, মহাৰাষ্ট্ৰ, ওড়িশা, পুডুচেৰী, পঞ্জাব, তামিলনাডু, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ছিকিম, মধ্যপ্ৰদেশ, মিজোৰাম আৰু মণিপুৰ।

Apply Now

বিগত বছৰৰ এপ্ৰিল মাহত এন জি টিয়ে মন্ত্ৰালয়ক সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বনাঞ্চল বেদখলৰ সবিশেষ তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্দেশ অনুসৰি এন জি টিক দাখিল কৰা এক প্ৰতিবেদনত কেন্দ্ৰীয় মন্ত্ৰালয়ে ২০২৪ চনৰ মাৰ্চলৈ প্ৰদান কৰা তথ্য অনুসৰি ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩,০৫,৬৬৮.১ হেক্টৰ (বা ১৩,০৫৬ বৰ্গ কিলোমিটাৰ) বনভূমি বেদখলৰ অধীনত আছে।

কিন্তু বিহাৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, ৰাজস্থান, তেলেংগানা, পশ্চিম বংগ, নাগালেণ্ড, দিল্লী, জম্মু-কাশ্মীৰ, আৰু লাডাখে বনাঞ্চল বেদখলৰ তথ্য এতিয়াও দাখিল কৰা নাই। প্ৰতিবেদনত আৰু সংজ্ঞায়িত কৰা হৈছে যে সংৰক্ষিত বনাঞ্চল এলেকাক চৰকাৰে বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা ভূমি অন্তৰ্ভুক্ত কৰা হৈছে।

আৰ এফ এসমূহক তিনিটা ভাগত ভাগ কৰা হয়: সম্পূৰ্ণ সংৰক্ষিত বনাঞ্চল, য’ত চিকাৰ আদি কাৰ্য্যকলাপ সাধাৰণতে নিষিদ্ধ, সংৰক্ষিত বনাঞ্চল য’ত নিষিদ্ধ নহ’লে কিছুমান কাৰ্য্যকলাপৰ অনুমতি দিয়া হয়, আৰু অশ্ৰেণীভুক্ত অৰণ্য।

প্ৰকাশিত তথ্য আনুসৰি মধ্য প্ৰদেশত সৰ্বাধিক বনাঞ্চল বেদখল কৰা হৈছে, য’ত ২০২৪ চনৰ মাৰ্চ মাহলৈকে ৫,৪৬০.৯ বৰ্গ কিল’মিটাৰ ক্ষতিগ্ৰস্ত হৈছিল। অসমৰ ৩,৬২০.৯ বৰ্গ কিলোমিটাৰ এলেকা বেদখলৰ অধীনত আছে। আন উল্লেখযোগ্য ৰাজ্যসমূহ হ’ল কৰ্ণাটক (৮৬৩.০৮ বৰ্গ কিলোমিটাৰ), মহাৰাষ্ট্ৰ (৫৭৫.৫৪ বৰ্গ কিলোমিটাৰ), অৰুণাচল প্ৰদেশ (৫৩৪.৯ বৰ্গ কিলোমিটাৰ), ওড়িশা (৪০৫.০৭ বৰ্গ কিলোমিটাৰ), উত্তৰ প্ৰদেশ (২৬৪.৯৭ বৰ্গ কিলোমিটাৰ), মিজোৰাম (২৪৭.৭২ বৰ্গ কিলোমিটাৰ) আৰু ঝাৰখণ্ড (২০০.৪ বৰ্গ কিলোমিটাৰ)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd