• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৪ হাজাৰ পুৰুষক ‘লড়কী-বহিন’ আঁচনিৰ ধন; লগতে অযোগ্য আৰু ২৬ লাখ! মহাৰাষ্ট্ৰত বিয়াগোম দুৰ্নীতি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 27, 2025 5:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰম্ভ হোৱাৰ মাত্ৰ এবছৰৰ ভিতৰতে মহাৰাষ্ট্ৰৰ লড়কী-বহিন আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে! অভিযোগ উত্থাপন হৈছে যে ১৪ হাজাৰৰো অধিক পুৰুষে মহিলাৰ বাবে আবণ্টিত ভাট্টা লাভ কৰিছে!

কেৱল সেয়াই নহয়, অযোগ্য হোৱাৰ পিছতো কমেও ২৬ লাখে মাহৰ পিছত মাহ ভাট্টা লাভ কৰিছে। মুঠতে এন চি পিৰ সাংসদ সুপ্ৰিয়া সূলেই এই বৃহৎ দুৰ্নীতিৰ চি বি আইৰ তদন্তৰ দাবী জনাইছে।

Apply Now

বিধানসভা নিৰ্বাচনৰ ঠিক আগতেই মহাৰাষ্ট্ৰত ‘মাঝি লড়কী-বহিনা’ আঁচনি আৰম্ভ কৰিছিল মহাজুটি মিত্ৰজোঁটে। ২১ৰ পৰা ৬৫ বছৰৰ ভিতৰৰ মহিলাক প্ৰতিমাহে ১৫০০ টকা দিব বুলি ঘোষণা কৰা হৈছিল। যোৱা বছৰৰ জুন মাহৰ পৰা এই আঁচনি আৰম্ভ হৈছিল।

কিন্তু শেহতীয়াকৈ মহিলা আৰু শিশু কল্যাণ বিভাগৰ এক অডিটত দেখা গৈছে যে লড়কী-বহিন আঁচনিৰ পৰা ১৪,২৯৮ জন পুৰুষে ধন লাভ কৰিছে। মুঠ ২১.৪৪ কোটি টকা লাভ কৰে।

জানিব পৰা মতে, ইয়াৰে ১৪ হাজাৰৰো অধিক লোকে আবেদন পৰ্টেলত মহিলা হিচাপে পঞ্জীয়ন কৰিছিল। বিষয়টো পোহৰলৈ অহাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে কয়, “দৰিদ্ৰ মহিলাসকলক সহায়ৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছে।পুৰুষে কোনো সুবিধা নাপাব।তেওঁলোকে যি ধন পাইছে, সেই ধন ঘূৰাই দিব লাগিব।”

কেৱল পুৰুষেই নহয়, আৰু ২৬ লাখ মহিলাই অবৈধভাৱে লাভ কৰিছে লড়কী-বহিন আঁচনিৰ সুবিধা। তেওঁলোকৰ বহুতেই একেটা পৰিয়ালৰ তৃতীয় মহিলা হিচাপে এই আঁচনিৰ বাবে আবেদন কৰিছে। ৬৫ বছৰ অতিক্ৰম কৰিও একাংশই এই আঁচনিৰ পৰা ধন লাভ কৰিছে।পৰিয়ালৰ অধিক আয় থকা মহিলাসকলেও এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিছে।

ইয়াৰ ফলত এই ‘অযোগ্য’ লোকসকলৰ বাবে যোৱা এবছৰত মহাৰাষ্ট্ৰৰ কোষাগাৰৰ পৰা ১৬৪০ কোটি টকা ব্যয় হৈছে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সুপ্ৰিয়াই কয় যে চৰকাৰে এটা সৰু বিষয়তেই তদন্তৰ বাবে ইডি-চিবিআইক নমায়। এই অভিযোগৰ সন্দৰ্ভতো চিবিআইৰ তদন্তৰ দাবী জনায় সুপ্ৰিয়াই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd