• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

নৰেন্দ্ৰ মোদীৰ ‘সুশাসন’ৰ ফল! পাঁচ বছৰত প্ৰায় ৯ লাখ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2025 11:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰে CAA ৰ জৰিয়তে বিদেশীক নাগৰিকত্ব প্ৰদান কৰিছে।আনহাতে বহু সমালোচকে কয় যে, এন আৰ চিৰ জৰিয়তে ভাৰতৰ বসবাস কৰাসকলৰো নাগৰিকত্ব কাঢ়ি লোৱাৰ পৰিকল্পনা কেন্দ্ৰৰ আছে। কিন্তু এই সকলোবোৰৰ মাজত যিটো বিষয় আলোচনাৰ পৰা আঁতৰত আছে সেয়া হ’ল প্ৰতি বছৰে ভাৰতীয়ৰ নাগৰিকত্ব ত্যাগৰ ঘটনা। নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰদান কৰা পৰিসংখ্যাৰ পৰা দেখা গৈছে যে এই বছৰ ২ লাখৰো অধিক ভাৰতীয়ই দেশ এৰি গৈছে। পাঁচ বছৰৰ পাছত এই সংখ্যা হ’ব প্ৰায় ৯ লাখ।

ৰাজ্যসভাত লিখিত প্ৰশ্নৰ উত্তৰত মোদী চৰকাৰে কয় যে ২০২৪ চনতে ২ লাখ ৬ হাজাৰ লোকে ভাৰত এৰি যোৱাৰ সিদ্ধান্ত লৈছে। ২০২২ আৰু ২০২৩ চনত দুই লাখৰো অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল। দৰাচলতে বিগত কেইবছৰমানৰ পৰা ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাৰ ধাৰাটো চিন্তাৰ কাৰণ হৈ পৰিছে।

Apply Now

২০২৪: ২০৬,৩৭৮ জন

২০২৩: ২১৬,২১৯ জন

২০২২: ২২৫,৬২০ জন

২০২১: ১,৬৩,৩৭৯ জন

২০২০: ৮৫,২৫৬ জন

সাধাৰণতে বহিঃৰাষ্ট্ৰত ভাল চাকৰি বা ব্যৱসায়ৰ সুযোগ পালে নাগৰিকে এনেদৰে দেশ এৰি যায়। বহু সময়ত দেশৰ শ্ৰেষ্ঠ প্ৰতিভাবিলাকে বহিঃৰাজ্যলৈ প্ৰব্ৰজন কৰে বিদেশী কোম্পানীত ভাল দৰমহা পোৱা চাকৰি বা আন দেশত উন্নত সুযোগৰ আশাত। যাক কোৱা হয় ‘ব্ৰেইন ড্ৰেইন’। এই ‘মগজুৰ বহিৰ্গমন’ যিকোনো উন্নয়নশীল দেশৰ বাবে এক সমস্যা আৰু চিন্তাৰ বিষয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় দাবী কৰি আহিছে যে তেওঁৰ কাৰ্যকালত নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত হৈছে। কিন্তু ভাৰতৰ মগজুৰ বহিৰ্গমন যিদৰে ঘটিছে,ইয়াৰ বিপৰীত ছবিখনহে পৰিস্ফূট হৈছে।

কিন্তু ইমানবোৰ নাগৰিক কিয় দেশ এৰি গৈছে?

কিছু সূত্ৰৰ মতে যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ কৰ গাঁথনি অধিক জটিল হৈ পৰিছে। ভাল চাকৰিৰ সুযোগ কমি আহিছে। তদুপৰি প্ৰদূষণ, অসহিষ্ণুতা, হিংসা, সন্ত্ৰাসবাদী আক্ৰমণ আদি ঘটনায়ো শিক্ষিত, উচ্চাকাংক্ষী ভাৰতীয়সকলৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd