• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোপাঢিলা প্ৰশাসন : বহিৰাজ্যৰ পৰা ট্ৰেইনেৰে আহি পলায়ন শ শ লোকৰ; গণ সংক্ৰমণৰ আশংকা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 3:32 pm
Jagiraod1
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড মহামাৰীয়ে দেশৰ লগতে ৰাজ্যত ত্ৰাস সৃষ্টি কৰি থকাৰ মাজতে মধ্য অসমৰ মৰিগাঁও জিলাৰ জাগীৰোড ৰে’লৱে ষ্টেচনত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

জাগীৰোড ৰে’লেৱ ষ্টেচনৰ পৰা প্ৰায় ৪ শতাধিক ৰে’লযাত্ৰীয়ে বৰ্হিৰাজ্যৰ পৰা আহি কোভিড টেষ্ট নকৰাকৈয়ে পলায়ন কৰিছে। যাৰ ফলত মৰিগাঁও জিলাত আতংকৰ সৃষ্টি হৈছে।

Apply Now

জানিব পৰা মতে কেৰলাত কৰ্মৰত প্ৰায় ৪ শতাধিক লোক বিবেক এক্সপ্ৰেছেৰ জাগীৰোড ৰে’লৱে ষ্টেচনত উপস্থিত হয়।

ৰে’লখনত অহা যাত্ৰীসকলক কোভিড টেষ্ট কৰাবলৈ স্বাস্থ্য বিভাগৰ লোক ষ্টেটনটোত উপস্থিত আছিল আৰু তেওঁলোকে যাত্ৰীসকলৰৰ কোভিড টেষ্ট আৰম্ভও কৰিছিল।

কিন্তু প্ৰায় ৪ শতাধিক যাত্ৰীক কোভিড টেষ্ট আৰু নিয়ন্ত্রণ কৰিবলৈ স্থানীয় প্ৰশাসন আৰু ৰে’লৱে কৰ্তৃপক্ষই কোনো সু-ব্যৱস্থা নকৰাৰ সুযোগ গ্ৰহণ কৰি যাত্ৰীসকলে ৰে’লৱে ষ্টেচনৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰে।

ষ্টেচনটোৰ পৰা হঠাতে একেলগে প্ৰায় ৪ শতাধিক যাত্ৰীয়ে পলায়ন কৰিবলৈ ধৰাত জাগীৰোড চহৰত এক অভাৱনীয় আৰু আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় লোকে প্ৰশাসনৰ সোপাঢিলা স্বৰূপ তথা চাৰি শতাধিক লোকক কোবিড টেষ্ট আৰু নিয়ন্ত্ৰণ কৰিবলৈ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই বৃহৎ পৰিমাণৰ যাত্ৰীয়ে পলায়ন কৰিবলৈ সুযোগ পালে বুলি অভিযোগ উত্থাপন কৰিছে।

বৰ্হিৰাজ্যৰ পৰা অহা এই বৃহৎ পৰিমাণৰ যাত্ৰীয়ে কোভিড টেষ্ট নকৰাকৈ পলায়ন কৰাত সমগ্ৰ মৰিগাঁৱতে এতিয়া গণসংক্ৰমণ ঘটাৰো আশংকা কৰা হৈছে।

ইফালে আতংকিত জোগীৰোডবাসীয়ে পলায়ন কৰা সকলো যাত্ৰীকে সন্ধান কৰি কোভিড টেষ্ট কৰাবলৈ প্ৰশাসনক দাবী জনাইছে।

ৰে’লৱে ষ্টেচনটোত কোভিড টেষ্ট কৰিবলৈ উপস্থিত থকা স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰীৰ মতে কোভিড টেষ্ট কৰি পজিটিভ হোৱা লোককেইজনেও এই সুযোগতে পলায়ন কৰে।

“আমি টেষ্ট কৰি থাকোতে হঠাতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আমাৰ স্বাস্থ্যকৰ্মীক গতিয়াই যাত্ৰীলসকল পলায়ন কৰে। টেবুলও ঠেলি পেলাই দিয়ে, যাৰ ফলত আমি টেষ্ট কৰা টেষ্ট কীটসমূহ পৰি গ’ল আৰু এতিয়া আমি পজিটিভ আৰু নিগেটিভ কীটসমূহ ধৰিব নোৱাৰ হৈ থাকিলো।” স্বাস্থ্যকৰ্মী এগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd