• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰত ৭০০ তকৈও অধিক “সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল” ব্যক্তিক আটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2021 8:41 pm
Jammu and Kashmir
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰী পণ্ডিত, শিখ আৰু মুছলমান সম্প্ৰদায়ৰ লোকসহ সাতজন নাগৰিকক ছয় দিনৰ ভিতৰত হত্যা কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে ৭০০ ৰো অধিক লোকক আটক কৰিছে।

আটক কৰা কেইবাজনো লোকৰ নিষিদ্ধ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক আছে বুলি ধাৰণা কৰা হৈছে আৰু সন্দেহযুক্ত অভাৰগ্ৰাউণ্ড কৰ্মী বুলি সন্দেহ কৰা হৈছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে কাশ্মীৰ উপত্যকাত ক্ৰমবৰ্দ্ধমান সন্ত্ৰাসবাদী কাৰ্যকলাপৰ শৃংখলা ভাঙিবলৈ এইসকল লোকক আটক কৰা হৈছে।

বিষয়াজনে লগতে তালিবানৰ ক্ষমতালৈ অহাৰ পিছত মৌলবাদ বৃদ্ধি হোৱাৰ ফলত এই আক্ৰমণবৃদ্ধি হৈছে বুলি বুলি মন্তব্য কৰে।

Apply Now

ক্ৰমবৰ্দ্ধমান হত্যাকাণ্ডই ইতিমধ্যে উত্তেজনাপূৰ্ণ কাশ্মীৰ উপত্যকাত ক্ষোভৰ সৃষ্টি কৰিছে। বিৰোধী নেতাসকলে এনে আক্ৰমণ বন্ধ কৰিবলৈ অক্ষম হোৱা প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে। ট্ৰেঞ্জিট কেম্পত বাস কৰা অসংখ্য কাশ্মীৰী পণ্ডিত পৰিয়াল ইতিমধ্যে উপত্যকাৰ পৰা পলাই গৈছে।

জম্মু কাশ্মীৰ আৰক্ষীয়ে এই আক্ৰমণবোৰৰ বেছিভাগেই “দ্য ৰেজিচটেঞ্চ ফ্ৰণ্ট” ৰ দ্বাৰা সংঘটিত হৈছে বুলি সন্দেহ কৰিছে। এই সংগঠনটো নিষিদ্ধ ঘোষিত লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী গোটৰ এটা শাখা বুলি ইতিমধ্যে আৰক্ষী বাহিনী নিশ্চিত হৈছে।

আৰক্ষীয়ে জনোৱা মতে জানুৱাৰীৰ পৰা নিহত হোৱা ২৮ জন নাগৰিকৰ ভিতৰত সাতজন অ-মুছলমান ব্যক্তি আছে।

বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়ে জ্যেষ্ঠ বিষয়াৰ দ্বাৰা গঠিত এটা দল কাশ্মীৰলৈ অভিযানৰ তদাৰক কৰিবলৈ পঠিয়াইছিল। গৃহমন্ত্ৰী অমিত শ্বাহে এখন বৈঠক অনুষ্ঠিত কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হয়।

জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এই হত্যাকাণ্ডক গৰিহণা দিছে আৰু সন্ত্ৰাসবাদীসকলক সতৰ্ক কৰি দিছে যে আক্ৰমণত জড়িত লোকসকলক কঠোৰ উত্তৰ দিয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd