• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নুপূৰ শৰ্মাক বিজেপিয়ে ৰক্ষণাবেক্ষণ দিছে, প্ৰক্ষেপ কৰিব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাবেঃ আছাদুদ্দিন ৱাইছি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 19, 2022 6:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইমান এজাহাৰ পৰাৰ পিছতো বিজেপিয়ে হজৰত মহম্মদৰ বিৰুদ্ধে মন্তব্য কৰা নুপূৰ শৰ্মাক গ্ৰেপ্তাৰ নকৰাৰ আঁৰত গভীৰ ষড়যন্ত্ৰৰ গোন্ধ পাইছে অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়ে ৷ ৱাইছিয়ে কয় যে বিজেপিৰ নিলম্বিত নেত্ৰী নুপূৰ শৰ্মাক বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী পদত প্ৰক্ষেপ কৰিব পাৰে৷

এই দাবী কৰি অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়েলগতে কয় যে নুপূৰ শৰ্মাক গ্ৰেপ্তাৰৰ ইমান দাবীৰ পিছতো বিজেপিয়ে তেওঁক সুৰক্ষিত কৰিহে ৰাখিছে৷ নুপূৰ শৰ্মাৰ বিৰুদ্ধে আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৱাইছিয়ে। নুপুৰ শৰ্মা অহা ছয়-সাত মাহৰ ভিতৰত এগৰাকী ডাঙৰ নেতাত পৰিণত হ’ব বুলিও ৱাইছিয়ে কয়৷

Apply Now

নুপূৰ শৰ্মাৰ বিৰুদ্ধে ইমান এজাহাৰ দাখিল হোৱাৰ পিছতো তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও ৱাইছিয়ে চৰকাৰক জবাবদিহি কৰে৷

এআইএমআইএমে নুপূৰ শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে , তথাপি আৰক্ষীয়ে একো পদক্ষেপ গ্ৰহণ নকৰা বুলি ৱাইছিয়ে ক্ষোভ প্ৰকাশ কৰে৷

উল্লেখ কৰিব পাৰি যে বিতৰ্কিত মন্তব্য কৰা নেতাক বিজেপিয়ে অপসাৰণ কৰাৰ পিছতো ক্ষান্ত হোৱা নাই মধ্য প্ৰাচ্যৰ দেশসমূহ। আনহাতে, পয়গম্বৰ মহম্মদকলৈ বিজেপি নেতাৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া অধিক শক্তিশালী আৰু তীব্ৰ হৈ উঠিছে। উপসাগৰীয় ইছলামিক দেশসমূহত অসন্তুষ্টি বৃদ্ধি পাইছে। কাটাৰ, কুৱেইট আৰু ইৰাণে ইতিমধ্যে ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰিছে।

সামাজিক মাধ্যমত ভাৰতীয় সামগ্ৰী বৰ্জন কৰাৰ বাৰ্তা বিয়পি পৰিছে। বিদেশত ভাৰতৰ ধৰ্মনিৰপেক্ষ নীতি প্ৰশ্নৰ সন্মুখীন হৈছে।

বিজেপিয়ে দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মা আৰু দিল্লীৰ সংবাদ মাধ্যমৰ মুৰব্বী নবীন কুমাৰ জিন্দালৰ মন্তব্যকলৈ যে বিতৰ্কৰ সৃষ্টি হ’ব সেইকথা গেৰুৱা বাহিনীয়ে অনুমান কৰিব পাৰিছিল। সেয়ে পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বে বহিষ্কাৰ কৰা হয় দলৰ দুই নেতাক।

বিজেপিয়ে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছিল যে ই “সকলো ধৰ্মক সন্মান কৰে” আৰু “যিকোনো ধৰ্মীয় ব্যক্তিৰ অপমানক তীব্ৰ গৰিহণা দিয়ে”।”

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd