• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুখবৰ! দেশত প্ৰথমবাৰৰ বাবে কোভিড ভেকচিনৰ জৰুৰী প্ৰয়োগত অনুমোদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 1, 2021 6:17 pm

1 min read

aa download
254
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰৰ প্ৰথমটো দিনতে দেশবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে ছেৰাম ইনষ্টিটিউটে।ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে আজি প্ৰথম বাৰৰ বাবে ভাৰতত কোভিডৰ ভেকচিন কোভিশ্বিল্ডৰ জৰুৰী প্ৰয়োগত অনুমোদন প্ৰদান কৰে।উল্লেখ্য কিছুদিন পূৰ্বে

দেশৰ ছেৰাম ইনষ্টিটিউটে এইবাৰ কৰ’না ভেকচিনৰ জৰুৰী প্ৰয়োগৰ বাবে আবেদন জনাইছিল। ছেৰামে ডিজিচিআইৰ পৰা এই ভেকচিন প্ৰয়োগৰ অনুমতি বিচাৰিছিল।

সংস্থাটোৰ মুৰব্বীয়ে জানিবলৈ দিছিল যে তেওঁলোকে জৰুৰীভিত্তিত ভেকচিন প্ৰয়োগৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আবেদন জনাইছে।

যোৱা বছৰৰ ডিচেম্বৰ মাহৰ আৰম্ভণিতে পুনিওৱালাই জনাইছিল যে তেওঁলোকে ভাৰতত যাতে আগেয়ে ভেকচিনৰ যোগান ধৰা সম্ভৱ হয় সেয়া চেষ্টা কৰিব। সংস্থাটোৱে প্ৰথমতে নিজৰ দেশত ভেকচিন দি পাছত আন দেশলৈ প্ৰেৰণ কৰিব বিচাৰিছে।

ছেৰামে জানিবলৈ দিয়ে মতে ভেকচিনকলৈ শংকিত হোৱাৰ প্ৰয়োজন নাই আৰু সকলো দিশ বিবেচনা কৰিয়েই ইয়াক প্ৰস্তুত কৰা হৈছে।

ইপিনে, জানুৱাৰী মাহৰ আৰম্ভণিতেই যদি অক্সফোৰ্ড ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল পজিটিভ হয় তেতিয়া ভেকচিন বজাৰত উলিয়াই দিয়া হ’ব বুলি ছেৰামৰ তৰফৰ পৰা কোৱা হৈছিল।।

আষ্ট্ৰাজেনেকাই জানিবলৈ দিছে যে অক্সফোৰ্ডৰ কোভিশ্বিল্ড মানৱ শৰীৰত ৯০শতাংশ কাৰ্যকৰী প্ৰমাণিত হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd