• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপেক্ষাৰ অন্ত! নৱবৰ্ষৰ প্ৰথম সপ্তাহতে দেশবাসীয়ে পাব ক’ৰ’ণাৰ ভেকচিন: স্বাস্থ্য দপ্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2020 3:52 pm
a vac
319
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছে পুনৰ নতুন ৰূপত মূৰ দাঙি উঠাৰ সময়তে ভাৰতবাসীৰ বাবে এটা আশাৰ বতৰা আহিছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে ঘোষণা কৰা অনুসৰি অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীয়ে লাভ কৰিব এষ্ট্ৰাজেনেকা- অক্সফোৰ্ডৰ ভেকচিন।

ইতিমধ্যে স্বাস্থ্য দপ্তৰে বিচৰা সকলো তথ্য এই ভেকচিন প্ৰস্তুতৰ সৈতে জৰিত ছেৰাম ইনষ্টিটিউটে দাখিল কৰিছে।

ইয়াৰ পিছতেই কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে এই ভেকচিন অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীৰ বাবে মুকলি কৰি দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে বুলি স্বাস্থ্য দপ্তৰৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখ্য ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভেকচিন প্ৰদানৰ কৰ্ম আঁচনি যুগুতাই উলিয়াইছে।

এদিনত কিমান জন লোকে একোটা ভেকচিন প্ৰদান কৰা কেন্দ্ৰত এই ভেকচিন গ্ৰহণ কৰিব পাৰিব তাৰো হিচাপ ধৰি দিছে চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাত এই বুলি কৈছে যে এদিনত একোটা কোভিড ভেকচিন প্ৰদান কৰা কেন্দ্ৰত সৰ্বাধিক ১০০ গৰাকী লোকে কোভিডৰ ভেকচিন গ্ৰহণ কৰিব পাৰিব।

অৱশ্যে যদি কোনো কেন্দ্ৰ পৰ্যাপ্ত সা-সুবিধা থাকে তেন্তে তেনে কেন্দ্ৰত ২০০ গৰাকী পৰ্যন্ত লোকে ভেকচিন ল’ব পাৰিব।

ভেকচিন প্ৰদানৰ বাবে বিভিন্ন অঞ্চলত কেন্দ্ৰ স্থাপন কৰা হ’ব।

সেই কেন্দ্ৰত কমেও তিনিটা কোঠা থাকিব লাগিব ।

সেই কোঠা বোৰ অপেক্ষাগৃহ,ভেকচিন প্ৰদান কৰা কক্ষ আৰু নিৰীক্ষণ কক্ষ হিচাবে ব্যৱহাৰ কৰা হ’ব।

কেন্দ্ৰই জাৰি কৰা ১১২ পৃষ্ঠাৰ নিৰ্দেশনাত কোৱা হৈছে যে ভেকচিন প্ৰদানকাৰী দলত ৫ গৰাকী লোক থাকিব।

খবৰ অনুসৰি ২৪ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰই সকলো ৰাজ্যকে ভেকচিন প্ৰদানৰ সকলো কাম সম্পূৰ্ণ কৰি তুলিবলৈ কৈছে।

প্ৰথাৱস্থাত দেশত ৬০০ নিযুত ভেকচিন মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।ইপিনে বিশ্বত এতিয়া ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ আৰম্ভ হোৱাত পুনৰ শংকিত হৈ পৰিছে বিশ্ববাসী।

ইয়াৰ মাজতে ভাৰতত নতুন বছৰৰ প্ৰথম সপ্তাহতে ভেকচিন অহাৰ খবৰে সকলোকে আশাবাদী কৰি তুলিছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd