DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অহা নৱেম্বৰত ভাৰতত উপলব্ধ হ’ব অক্সফোৰ্ডৰ কোভিড১৯ ভেকচিন ‘কোভিডশ্বিল্ড’!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2020 2:12 pm
COVID19-positive-1140x570-3-750x375
918
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে তৃতীয় পৰ্যায় মানৱ শৰীৰত পৰীক্ষণ চলি থকা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক’ৰ’নাৰ প্ৰতিষেধক কোভিডশ্বিল্ড অহা নৱ্ম্বেৰত ভাৰতত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

এই কথা প্ৰকাশ কৰিছে ভাৰতৰ পুনেস্থিত ভেকচিন উৎপাদনকাৰী প্ৰতিষ্ঠান চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যকৰী বিষয়া অধৰ পোনাৱালাই।

উল্লেখ্যে যে, চুইডিছ এষ্ট্ৰাজেনকা নামৰ প্ৰতিষ্ঠানটোৰ সৈতে অংশীদাৰিত্বত চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া উৎপাদন কৰি উলিওৱা কোভিডশ্বিল্ড নামৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিনটো ইতিমধ্যে মানৱ শৰীৰৰ দুটা পৰীক্ষণ সফলতাৰে সম্পন্ন হৈছে।

The Lancet নামৰ ব্ৰিটিছ মেডিকেল জাৰ্ণেলখনৰ মতে ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ মানৱ শৰীৰত দ্বৈত্ব ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি কৰিছে কোভিডশ্বিল্ড-এ।

মঙলবাৰে চেৰাম ইনষ্টিটিউট-এ কৈছিল যে ভাৰতত কোভিডশ্বিল্ডৰ তৃতীয় পৰ্যায়ৰ মানৱ শৰীৰত পৰীক্ষণ আৰম্ভ কৰা হ’ব আৰু আগষ্টত ৫,০০০ হাজাৰ স্বেচ্ছাসেৱকৰ শৰীৰত ইয়াক প্ৰয়োগ কৰা হ’ব।

আনহাতে CNBC-TV-18ক দিয়া এক সাক্ষাৎকাৰত অধৰ পানোৱালে কয়, “আমি অহা ৪৮ ঘণ্টাৰ ভিতৰত ড্ৰাগ কণ্ট্ৰল জেনেৰেল অৱ ইণ্ডিয়াৰ কাৰ্যালয়ত আবেদন কৰিম। আমি কিদৰে অধ্যয়ন আৰু পৰীক্ষা কৰিব লাগিব সেই সম্পৰ্কে তেওঁলোকে এক দুই সপ্তাহৰ ভিতৰত জনাব।”

ইফালে চেৰাম ইনষ্টিটিউট-এ ৩ৰ পৰা ৪ মিলিয়ন কোভিডশ্বিল্ড চলিত বৰ্ষত তৈয়াৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

“এই বছৰ শেষলৈকে আমি ৩ৰ পৰা ৪ মিলিয়ন ভেকচিন নিৰ্মাণৰ লক্ষ্য বান্ধি লৈছো। আমি আশা কৰিছো আমি এই লক্ষ্যত উপণীত হ’ব পাৰিম।” পোনাৱালাই লগতে কয়।

Tags: COVID-19

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd