• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অক্সফ’ৰ্ডৰ কৰ’নাৰ ভেকচিনৰ দাম কিমান হ’ব? জনালে ছেৰামৰ আদৰ পুনওৱালাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 4, 2021 1:25 pm

1 min read

WhatsApp-Image-2020-07-22-at-10.29.22-AM

ছেৰামৰ প্ৰতিষ্ঠাতা আদৰ পুনাওৱালা।

259
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছে অক্সফ’ৰ্ডৰ কৰ’না ভেকচিন কোভিশিল্ডে। কিন্তু এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ পৰা ভেকচিনৰ আৱন্টন লাভ কৰা নাই ছেৰাম ইনষ্টিটিউটে।

ভাৰতত অক্সফ’ৰ্ড আৰু অ্যষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা ভেকচিন আনিছে ছেৰামে। ছেৰামৰ প্ৰতিষ্ঠাতা আদৰ পুনাওৱালাই জনায় যে তেওঁলোকে এতিয়াও ক্ৰয়ৰ অৰ্ডাৰ লাভ কৰা নাই।

সেইটো পোৱাৰ সাত-দহদিনৰ ভিতৰতেই যথাস্থানত ভেকচিন গৈ পাব বুলি জানিবলৈ দিয়ে পুনাওৱালাই।

পুনাওৱালাই জানিবলৈ দিয়ে যে প্ৰাথমিকভাৱে তেওঁলোকে চৰকাৰক প্ৰতিটো ভেকচিনৰ ড’জ ২০০টকা দৰত দিব। তেওঁ প্ৰথম ১০ কোটি ড’জ এই দৰত দিব বুলিও কয়।

ছেৰামৰ মুৰব্বী গৰাকীয়ে লগতে কয় যে চৰকাৰে অনুমতি দিয়াৰ পাছত মুকলি বজাৰত এইটো বিক্ৰী কৰা হ’ব আৰু ইয়াৰ দৰ এহেজাৰ টকা পৰ্যন্ত হ’ব পাৰে।

বৰ্তমান ছেৰামে প্ৰায় ৫ কোটি ভেকচিনৰ ড’জ জমা ৰখাৰ কথাও সদৰী কৰে পুনাওৱালাই। চৰকাৰে প্ৰথমতে ১০ কোটি ড’জ ল’ব। মাৰ্চ-এপ্ৰিলৰ পূৰ্বে মুকলি বজাৰত ইয়াক বিক্ৰীৰ অনুমতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ছেৰামৰ মুৰব্বীগৰাকীয়ে।

সদ্যহতে ভেকচিনৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা আছে।

ছেৰামে বিশ্ব স্বাস্থ্য সংস্থাৰ কোভাক্স প্ৰকল্পলৈ ১০কোটি ড’জ প্ৰেৰণ কৰিব। অৱশ্যে, ইয়াৰ বাবে চৰকাৰৰ অনুমতি লাগিব বুলিও তেওঁ জানিবলৈ দিয়ে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd