• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই এন এক্স মিডিয়া গোচৰত পি চিদাম্বৰমে পালে জামিন; কিন্তু জেইলৰ পৰা নহয় মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2019 12:54 pm
cbi_1567502802_1567659358_1567740619_618x347

প্ৰাক্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী পি চিদাম্বৰম। ফাইল ফটো

1.8k
VIEWS
Share on FacebookShare on Twitter

আই এন এক্স মিডিয়া গোচৰত প্ৰাক্তন গৃহ মন্ত্ৰী পি চিদাম্বৰমে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে। চিবিআইৰ গোচৰটোত পি চিদাম্বৰমে এক লাখ টকাৰ ব্যক্তিগত বণ্ডৰ বিনিময়ত জামিন লাভ কৰে।

এই জদামিন লাভ কৰাৰ পাছতো চিদাম্বৰম তিহাৰ জেইলতে থাকিব। কিয়নো তেওঁ ২৪ অক্টোবৰ পৰ্যন্ত ই ডিৰ জিম্মাত আছে।

চিবিআই আদালতে আই এন এক্স মিডিয়া গোচৰত সোমবাৰে চিদাম্বৰমৰ বিৰুদ্ধে চাৰ্জশ্বিটৰ শুনানি গ্ৰহণ কৰিছিল। আদালতে প্ৰাক্তন মন্ত্ৰীগৰাকীক ২৪ অক্টোবৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

চিবিআইয়ে শুকুৰবাৰে চিদাম্বৰম, তেওঁৰ পুত্ৰ তাৰ্তি আৰু আনসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।

অভিযোগনামাত চিবিআইয়ে পীটাৰ মুখাৰ্জী, কাৰ্তি চিদাম্বৰম, পি চিদাম্বৰম, কাৰ্তিৰ একাউন্টেন্ট ভাস্কৰ, কেইজনমান কৰ্মচাৰীকে ধৰি ১৪জন লোকৰ নাম সন্নিৱিষ্ট কৰিছে।

এজেন্সিটোৱে আই এন এক্স মিডিয়া, চেছ মেনেজমেন্ট আৰু এএছছিয়েল কোম্পানীৰ নামো সন্নিৱিষ্ট কৰে।

পি চিদাম্বৰম দিৱালীলৈকে জেইলতে থাকিব। দিৱালীৰ পূৰ্বে ২৪ অক্টোবৰ পৰ্যন্ত চিদাম্বৰম ই ডিৰ জিম্মাত থাকিব।

পৰৱৰ্তী সাতদিনলৈকে ই ডিয়ে জিম্মা বৃদ্ধি কৰাৰ আবেদন জনাব বুলি জানিব পৰা গৈছে। যদি তিনিদিনলৈ চিদাম্বৰমৰ জিম্মা বৃদ্ধি কৰে তেতিয়াহ’লে তেওঁ জেইলতে থাকিব লাগিব।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd