DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তুলি লোৱা নাবালিকা শিশুক ধৰ্ষণ! পদ্ম জয়ী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু অসম আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2022 9:33 am
Assam
413
VIEWS
Share on FacebookShare on Twitter

এগৰাকী তুলি লোৱা নাবালিকা ছোৱালীক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে অসমৰ এগৰাকী পদ্ম বঁটা প্ৰাপ্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

অসম আৰক্ষীয়ে পদ্ম বঁটা প্ৰাপ্ত ব্যক্তিজনৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ (পকচো) অধীনত এটা গোচৰ ৰুজু কৰিছে।

এজাহাৰ অনুসৰি, ভুক্তভোগী নাবালিকা গৰাকীয়ে পালক পিতৃয়ে এবছৰ ধৰি তাইক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে, অভিযুক্ত ব্যক্তিজনক গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।

জিলা আইনী সেৱা কৰ্তৃপক্ষৰ এজন মুখ্য ন্যায়িক দণ্ডাধীশৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে পদ্ম বঁটা প্ৰাপ্ত ব্যক্তিজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

“আমি বিষয়টোৰ ওপৰত মন্তব্য দিব নোৱাৰো কিয়নো ই বিচাৰাধীন। অৱশ্যে, ঘটনাটোৰ তদন্ত চলি আছে।” আৰক্ষীয়ে কয়।

আনহাতে জামিন মঞ্জুৰ কৰি ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে অভিযুক্তৰ দ্বাৰা কথিত অপৰাধ গুৰুতৰ প্ৰকৃতিৰ বুলি উল্লেখ কৰে।

ইফালে ভুক্তভোগী নাবালিকা গৰাকীক বৰ্তমান বিশেষ আৰক্ষী সুৰক্ষাৰ অধীনত এটা শিশু গৃহত ৰখা হৈছে।

Recent News

পলাল! প্ৰতিবাদী জনতাৰ ৰুদ্ৰমুৰ্ত্তি দেখি পলাবলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰী

পলাল! প্ৰতিবাদী জনতাৰ ৰুদ্ৰমুৰ্ত্তি দেখি পলাবলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰী

বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ আই আই টি, গুৱাহাটীৰ

বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ আই আই টি, গুৱাহাটীৰ

“মা, মোক ৰক্ষা কৰক। মোক ইহঁতে মাৰি পেলাব।”

“মা, মোক ৰক্ষা কৰক। মোক ইহঁতে মাৰি পেলাব।”

বিৰোধীক টেঁটুচেপা! কংগ্ৰেছৰ কঁকাল ভাঙিবলৈ তৎপৰ প্ৰধানমন্ত্ৰী মোদী!

বিৰোধীক টেঁটুচেপা! কংগ্ৰেছৰ কঁকাল ভাঙিবলৈ তৎপৰ প্ৰধানমন্ত্ৰী মোদী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd