• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত বন্দী হ’ল ‘লাডেন’; ৰামুৰ নেতৃত্বত ৬টা চিকাৰী হাতীয়ে চলাইছিল অভিযান

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , November 11, 2019 12:46 pm

1 min read

IMG-20191108-WA0025

বান্ধি থোৱা অৱস্থাত 'লাডেন'। ফটো : নৰ্থ-ইষ্ট নাও

10.1k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰা বনৰীয়া হাতী লাডেনক অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত যোৱা দল এটাই কৰায়ত্ত কৰিলে হাতীটোক।

দলটোৰ সৈতে যোৱা চিকিৎসকে হাতীটোক ট্ৰেংকুলাইজ কৰা বুলি জানিবলৈ দিয়ে।

আজি ৰাতিপুৱা প্ৰথমবাৰৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ৰামু সহ ৬ টা চিকাৰী হাতী আৰু বন বিভাগৰ লোকে ৰংজুলিৰ বনাঞ্চলত লাডেনক বিচাৰি আৰম্ভ কৰিছিল অভিযান।

অভিযানৰ কিছু সময় পাছতেই ছাটাবাৰী অঞ্চলত লাডেনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

FB_IMG_1573453994654
ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি লাডেনৰ আক্ৰমণত জিলাখনত বহু লোকে প্ৰাণ হেৰুওৱাৰ পাছত দীৰ্ঘদিন ধৰি অভিযান চলায়ো জিলাখনৰ বন বিভাগে কুখ্যাত বনৰীয়া হাতীটো কাবু কৰাত অসমৰ্থ হ’বলগীয়া হৈছে।

সেয়ে যোৱা ৮ নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে হাতীটোক ধৰিবলৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই তেওঁৰ চিকাৰী হাতী ৰামুৰ সৈতে গোৱালপাৰাৰ ৰংজুলিত উপস্থিত হৈছিল।

লাডেনক বশ কৰাৰ খবৰে বনৰীয়া হাতী উপদ্ৰৱ থকা অঞ্চলৰ লোকসকল উৎফুল্লিত হৈ পৰা দেখা গৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd