• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাঢ়ি নিয়া হ’ব পাৰে দুটাকৈ অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2021 3:18 pm
Sushil Kumar
325
VIEWS
Share on FacebookShare on Twitter

হত্যাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুবাৰকৈ অলিম্পিক পদক বিজয়ী মুল্লযুঁজাৰু সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান কাঢ়ি নিব পাৰে ভাৰত চৰকাৰে।

দেওবাৰে দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুগৰাকীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই বিষয়ে চিন্তা চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে যোৱা ৪ মে’ত সতীৰ্থসহ মল্লযুঁজাৰু সুশীল কুমাৰে ২৩ বছৰীয়া এগৰাকী মল্লযুঁজাৰুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

সাগৰ ধনকৰ নামৰ মল্লযুঁজাৰুগৰাকীক ছত্ৰশাল ষ্টেডিয়ামৰ পাৰ্কিং প্লেচত সুশীল কুমাৰ আৰু তেওঁৰ সতীৰ্থসকলে আক্ৰমণ কৰাৰ বিভিন্ন তথ্য ইতমিধ্যে আৰক্ষী লাভ কৰা বুলিও প্ৰকাশ পাইছে।

ইফালে ঘটনাটো সংঘটিত কৰিয়ে এজন সতীৰ্থৰ সৈতে অলিম্পিক পদক বিজয়ী সুশীল কুমাৰে আত্মগোপন কৰি আছিল। দিল্লী আৰক্ষীয়ে তেওঁৰ সন্ধান দিওঁতাক এক লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছিল।

দিল্লী আৰক্ষীয়ে মাৰাথান অভিযানৰ পিছত যোৱা দেওবাৰে অভিযুক্ত মল্লযুঁজাৰুগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান কেন্দ্ৰ চৰকাৰে কাঢ়ি নিয়াৰ বাবে চিন্তা চৰ্চা কৰা বুলি এক সূত্ৰত প্ৰকাশ পাইছে।

উল্লেখ্য যে পদ্মশ্ৰী সন্মান চৰকাৰে পুনৰ ওভতাই ল’বলৈ ৰাষ্ট্ৰপতিৰ অনুমতিৰ প্ৰয়োজন হয়। কেন্দ্ৰই পদ্মশ্ৰী সন্মান কাঢ়ি নিলে ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা পদক আৰু প্ৰশস্তি পত্ৰও পুনৰ ওভতাই নিয়াৰ লগতে সমস্ত নথিৰ পৰা প্ৰাপকৰ নাম আৰু তথ্য মচি পেলোৱা হয়।

সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান ওভতাই লোৱাৰ সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই যদিও গৃহ মন্ত্ৰণালয়ে আদালতৰ আদেশৰ বাবে অপেক্ষা কৰি থকা বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতেই সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান ওভতাই লোৱাৰ বাবে ৰাষ্ট্ৰপতিলৈ আবেদন প্ৰেৰণ কৰিব পাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

“অভিযোগনামা দাখিল কৰিলে ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী সন্মান ওভতাই নিব পাৰিব। যদি পৰৱৰ্তী সময়ত সুশীল কুমাৰ নিৰ্দোষী প্ৰমাণ হয় তেতিয়া আকৌ পুৰস্কাৰটো তেওঁক ঘূৰাই দিব লাগিব।” প্ৰাক্তন গৃহ সচিব এন গোপালস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয়।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd