• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তান মানেই সন্ত্ৰাসবাদ! মুকলিকৈ ভাৰত বিৰোধী সভাত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 29, 2025 9:30 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদীক পুনৰ পাকিস্তানত ৰাজহুৱা সভা অনুষ্ঠিত কৰা দেখা গ’ল। বুধবাৰে এখন বৈঠকত উপস্থিত থাকে লস্কৰ-ই-তৈবাৰ (LeT)ৰ কমাণ্ডাৰ ছাইফুল্লাহ কাছুৰী। সেই বৈঠকত পাকিস্তানী ৰাজনীতিবিদসকলো উপস্থিত আছিল। এই ছবিখনে দেখুৱাইছে যে পাকিস্তান চৰকাৰে এতিয়াও সন্ত্ৰাসবাদ বন্ধ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

১৯৯৮ চনৰ ২৮ মে’ত বেলুচিস্তানত হোৱা পাঁচটা ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষাৰ স্মৃতিত পাকিস্তানে ২৭ বছৰীয়া ‘য়ুম-ই-টাকবীৰ’ বা ‘মহানতা দিৱস’ পালন কৰিছে।

Apply Now

বুধবাৰে পঞ্জাৱ প্ৰদেশৰ কাছুৰত পাকিস্তান মাৰ্কাজি মুছলিম লীগ (পিএমএমএল)ৰ উদ্যোগত আয়োজিত এক সমাৱেশত উত্তেজক ভাষণ আৰু ভাৰত বিৰোধী শ্লোগান দিয়া হয়। সেই বৈঠকত উপস্থিত থকাসকলৰ ভিতৰত আছিল লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক হাফিজ ছাইদৰ পুত্ৰ সন্ত্ৰাসবাদী তালহা ছাইদ। তেওঁ ভাৰত বিৰোধী শ্লোগান দিয়ে।

সমাৱেশত কাছুৰীয়ে কয় যে, ” মোক পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি অভিযোগ উঠিছিল, এতিয়া মোৰ নাম সমগ্ৰ বিশ্বতে বিখ্যাত হৈছে।” সভাত ভাষণ দি কাছুৰী ওৰফে খালিদে এলাহাবাদত এটা কেন্দ্ৰ, পথ আৰু ‘মুদাছিৰ শ্বহীদ’ নামেৰে এখন চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে।

চোৰাংচোৱা সূত্ৰৰ পৰা জানিব পৰা মতে, পেহেলগাম হত্যাকাণ্ডৰ পাছত ভাৰতৰ প্রত্যুত্তৰ অভিযানত নিহত হোৱা কেইবাজনো হাই-প্ৰফাইল সন্ত্ৰাসবাদীৰ ভিতৰত মুদাছিৰ আহমেদ অন্যতম।

হাফিজ ছাইদৰ পুত্ৰ সন্ত্ৰাসবাদী তালহা ছাইদে ২০২৪ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত লাহোৰৰ এন এ-১২২ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। যদিও তেওঁ পৰাস্ত হয়, তথাপিও তেওঁ নিষিদ্ধ এলইটি-ৰ ৰাজনৈতিক ফ্ৰণ্ট হিচাপে পৰিচিত পিএমএমএলৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে।

ভাৰত বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে পিএমএমএলে। পাকিস্তানৰ প্ৰধান চহৰ – লাহোৰ, কৰাচী, ইছলামবাদ, ফৈছালাবাদ আদি ঠাইত হাফিজ ছাইদৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ উপৰিও ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ অভিযোগ উত্থাপন কৰিছে।

যদিও আন্তঃৰাষ্ট্ৰীয় আৰু পাকিস্তানৰ ভিতৰত লস্কৰ ই তৈবা নিষিদ্ধ, পিএমএমএলৰ দৰে গোটে সন্ত্ৰাসবাদী সংগঠনটোৰ ৰাজনৈতিক আৰু মতাদৰ্শগত প্ৰাসংগিকতা বজাই ৰাখিবলৈ সক্ষম হৈছে। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদক এতিয়াও পিএমএমএলৰ কাৰ্যকলাপৰ আঁৰৰ মতাদৰ্শগত শক্তি হিচাপে দেখা যায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd