• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ ভাৰতৰ ঘেঁহু ৰপ্তানিত অনুমোদনৰ ইঙ্গিত পাকিস্তানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2021 8:27 pm
Pak To Consider Allowing Indian Wheat To Go Through It To Afghanistan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে পাকিস্তানৰ মাজেৰে মানৱীয় দৃষ্টিকোণেৰে আফগানিস্তানলৈ ঘেঁহু ৰপ্তানি কৰাৰ ক্ষেত্ৰত ভাৰতীয় ট্ৰাক পৰিবহন বাবে তালিবান শাসনৰ অনুৰোধ পাকিস্তানে বিবেচনা কৰিব। এই কথা সদৰী কৰিছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে।

ইমৰান খানে আফগানিস্তানৰ কাৰ্যকৰী বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীৰ নেতৃত্বত এটা প্ৰতিনিধি দলৰ সৈতে আলোচনাৰ পাছত এই বিষয়ে ব্যক্ত কৰে। সংবাদ প্ৰতিষ্ঠান ‘ডন’- এ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বক্তব্যৰ উদ্ধৃতি দি এক প্ৰতিবেদন প্ৰকাশ কৰিছে।

“বৰ্তমান পৰিপ্ৰেক্ষিতত পাকিস্তানে মানৱীয় উদ্দেশ্যৰ বাবে আৰু নিৰ্ধাৰণ কৰিবলগীয়া পদ্ধতি অনুসৰি পাকিস্তানৰ জৰিয়তে ভাৰতে আগবঢ়োৱা ঘেঁহু পৰিবহনৰ বাবে আফগানিস্তানৰ অনুৰোধক অনুকূলভাৱে বিবেচনা কৰিব।” পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে।

 

The Prime Minister conveyed that in the current context Pakistan would favourably consider the request by Afghan brothers for transportation of wheat offered by India through Pakistan on exceptional basis for humanitarian purposes and as per modalities to be worked out.

— Prime Minister’s Office, Pakistan (@PakPMO) November 12, 2021

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে চুবুৰীয়া দেশখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ ক্ষেত্ৰত আফগানিস্তান আৰু আফগান জনসাধাৰণক ইছলামাবাদৰ সমৰ্থন পুনৰ নিশ্চিত কৰিছে।

উল্লেখ্য যে ভাৰত চৰকাৰেও আফগানিস্তানলৈ ৫০,০০০ মেট্ৰিক টন ঘেঁহু কঢ়িওৱা ট্ৰাকৰ চলাচলৰ অনুমতি দিয়াৰ বাবে অক্টোবৰত পাকিস্তানলৈ এটা মৌখিক টোকা প্ৰেৰণ কৰিছিল।

তালিবান শাসিত বিত্তীয় সংকটে আফগানিস্তানক পঙ্গু কৰি তুলিছে। দেশখনত খাদ্যৰ অভাৱ আসন্ন বুলি ইতিমধ্যে নিশ্চিত হৈছে আৰু চীন, তুৰস্কৰ দৰে কিছুমান দেশে যোৱা মাহত আফগানিস্তানলৈ খাদ্য প্ৰেৰণ কৰিছিল।

আফগান জনসাধাৰণৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি ভাৰতেও আফগানিস্তানলৈ খাদ্য প্ৰেৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু ইমান বৃহৎ পৰিমাণৰ খাদ্য দ্ৰব্য বায়ু পৰিবহণৰ যোগেদি প্ৰেৰণ কৰা কঠিন বাবে ভাৰত স্থল পথ ব্যৱহাৰ কৰিব বিচাৰে আৰু সেই উদ্দেশ্যে স্থল পথ ব্যৱহাৰৰ অনুমতি বিচাৰি পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছিল বুলি এক সূত্ৰত প্ৰকাশ পাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd