• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2023 2:23 pm
460
VIEWS
Share on FacebookShare on Twitter

ৱিকিপিডিয়াক নিষিদ্ধ কৰিছে পাকিস্তানে। আগতেই সতৰ্ক কৰি দিয়া হৈছিল যে ধৰ্মদ্ৰোহৰ বিষয়টো ৪৮ ঘণ্টাৰ ভিতৰত উঠাই ল’ব লাগিব। সেই সময়সীমা উকলি যোৱাৰ বাবে পাকিস্তানে ৱিকিপিডিয়া ব্লক (বন্ধ) কৰিছে।

বাতৰি অনুসৰি, পাকিস্তান টেলিকম কৰ্তৃপক্ষই (পিটিএ) সতৰ্ক কৰি দিছিল যে ৱিকিপিডিয়াই যদি ধৰ্মদ্ৰোহৰ ওপৰত থকা প্ৰবন্ধ সোনকালে আঁতৰ নকৰে তেন্তে দেশখনত নিষিদ্ধ কৰা হ’ব।

এক টুইটযোগে পিটিএ-য়ে কয়, “ৱিকিপিডিয়াক বিদ্বেষৰ বিষয়ে প্ৰবন্ধ আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু তেওঁলোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত বিষয়টো আঁতৰাবলৈ ব্যৰ্থ হৈছিল। কেৱল সেয়াই নহয়, ই ইচ্ছাকৃতভাৱে পিটিএ-ৰ নিৰ্দেশনা অমান্য কৰিছে। ৪৮ ঘণ্টা দিয়াৰ পিছতো ধৰ্মদ্ৰোহৰ বিষয়ে প্ৰবন্ধ প্ৰত্যাহাৰ নকৰাৰ বাবে ৱিকিপিডিয়াক নিষিদ্ধ কৰা হৈছে।”

পিটিএ-য়ে লগতে কয় যে ৱিকিপিডিয়াই কেতিয়া এই বিতৰ্কিত বিষয়টো আঁতৰায়, তাৰপিছতহে তেওঁলোকৰ পৰা নিষেধাজ্ঞা উঠাই লোৱা উচিত নে নহয় সেয়া সিদ্ধান্ত লোৱা হ’ব।

শেহতীয়াকৈ, পাকিস্তানে সামাজিক মাধ্যম আৰু ৱেবছাইটত কঠোৰ নিৰীক্ষণ আৰম্ভ কৰিছে। কেৱল নিৰীক্ষণেই নহয়, পাকিস্তান চৰকাৰে বহুতো ৱেবছাইট আৰু ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰিছে।

দেশখনে শেহতীয়াকৈ ৭০০ তকৈও অধিক ‘ইছলাম বিৰোধী’ ইউটিউব লিংক ব্লক কৰিছে যিবোৰে সমগ্ৰ দেশখনতে প্ৰতিবাদৰ ধুমুহাৰ সৃষ্টি কৰিছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd