• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেলুচ বিদ্ৰোহীৰ যুদ্ধ ঘোষণা! পাকিস্তানতে বিস্ফোৰণ ঘটাই ধ্বংস কৰিলে দেশখনৰ জনক জিন্নাৰ প্ৰতিমূৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2021 1:20 pm
WhatsApp Image 2021-09-28 at 12.50.30 PM
290
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ মাটিতে বিস্ফোৰণেৰে দেশখনৰ জনক মহম্মদ আলী জিন্নাৰ প্ৰতিমূৰ্তি ধ্বংস কৰিলে বেলুচ বিদ্ৰোহীয়ে।

দেওবাৰে বেলুচিস্তানৰ বন্দৰ চহৰ গদৰত বিস্ফোৰণ ঘটাই চুচুৰ্মৈ কৰি পেলায় জিন্নাৰ বিশালাকাৰ প্ৰতিমূৰ্তি।

বেলুচ লিবাৰে

শ্যন ফ্ৰন্ট নামৰ বেলুচ বিদ্ৰোহী সংগঠনটোৱে এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে।

বাতৰি অনুসৰি, চলিত বছৰৰ আৰম্ভণিতে বেলুচিস্তানৰ এটা স্থানত প্ৰশাসনে জিন্নাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিল।

সেই প্ৰতিমূৰ্তিটোৰ তলত বিস্ফোৰক পুতি ৰাখি বেলুচ বিদ্ৰোহীয়ে তাৰ বিস্ফোৰণ ঘটাই জিন্নাৰ সেই প্ৰতিমূৰ্তি একপ্ৰকাৰ ধুলিৰ লগত মিহলাই দিয়ে।

Latest News: অসমৰ উপ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ অক্টোবৰত ৰাজ্যৰ ৫টা সমষ্টিৰ বাবে হ’ব ভোটগ্ৰহণ

বহুদিন ধৰি পাকিস্তানৰ দখলত থকা বেলুচিস্তানক স্বাধীন কৰাৰ বাবে সংগঠনটোৱে চেষ্টা চলাই আহিছে।

প্ৰশাসনে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু পাকিস্তানৰ সেনা বাহিনীয়ে বিদ্ৰোহীসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

পাকিস্তানৰ মাটিতে দেশখনৰ জনক জিন্নাৰ প্ৰতিমূৰ্তি এইদৰে ভাঙি পেলোৱাৰ ঘটনাত স্বাভাৱিকতে গা-লৰিছে ইছলামাবাদৰ।

বেলুচ লিবাৰেশ্যন ফ্ৰন্ট নামৰ সংগঠনটোৱে বহুদিন ধৰি স্বাধীন বেলুচিস্তানৰ দাবীত যুঁজ চলাই আহিছে।

আনহাতে, পাকিস্তানী সেনাই নিৰীহ বেলুচবাসীৰ ওপৰত নৃশংস নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd