• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰত-চীন সংঘাতৰ সুযোগতে পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাত মোতায়েন কৰিছে পাকসেনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 28, 2020 5:19 pm

2 min read

082a8fdc-7f4c-4318-a00f-aa6f9de25737-1280x720

ফাইল ফ'টো

1.2k
VIEWS
Share on FacebookShare on Twitter

লাডাখ সীমান্তত চীন-ভাৰতৰ সংঘাত অব্যাহত থকাৰ মাজতে পাক-ভাৰত সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে সেনা মোতায়েন কৰিছে। এই কথা জনাইছে ভাৰতীয় সেনা সূত্ৰই।

পাক-ভাৰত সীমান্তৰ এই পাকিস্তানী সেনাৰ মোতায়েনৰ ওপৰত তীক্ষ্ম নজৰ ৰাখিছে ভাৰতীয় সেনা বাহিনীয়ে।

ভাৰতৰ ১৫ নং ক’ৰ কামাণ্ডাৰ লেফ্টেনেন্ট জেনেৰেল পি ৰাজুৱে পাকিস্তানে কোনো আক্ৰমণ কৰিলে তাৰ যথোচিত প্ৰত্যুত্তৰ দিয়া হ’ব জানিবলৈ দিছে।

“লাডাখৰ পৰিস্থিতিৰ কোনো প্ৰভাৱ এতিয়াও কাশ্মীৰত পৰা নাই। ১৪ নং ক’ৰ-এ তাত পৰিস্থিতি চম্ভালিছে। কাশ্মীৰ হৈ ভাৰতৰ অতিৰিক্ত সেনা বাহিনীক লাডাখলৈ প্ৰেৰণ কৰা হৈছে। কাৰণ সেইটো হৈছে লাডাখলৈ যোৱা মূল পথ। সেয়ে পাকিস্তানেও সেনা মোতায়েন কৰিছে।” লেঃ জেনেৰেল ৰাজুৱে কয়।

তেওঁ লগতে আৰু কয়, “পাকিস্তানে ভাবিছে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব পাৰে! হয়তো নিজৰ সুৰক্ষাৰ বাবেই সেনা মোতায়েন কৰিব পাৰে! কিন্তু আমি সতৰ্ক হৈ আছো।”

আনহাতে পাকিস্তানে অস্ত্ৰবিৰতি ভংগৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত কয়, “সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ যোগেদি পাকিস্তানে সীমান্তত অস্ত্ৰবিৰতি ভংগ কৰি আহিছে। অৱশ্যে বিগত বৰ্ষতকৈও এইবাৰ এনে ঘটনা কম। ইয়াৰ সৈতে লাডাখৰ পৰিস্থিতিৰ সৈতে কোনো সম্পৰ্ক নাই।”

ইফালে জম্মু আৰু কাশ্মীৰৰ কামাণ্ডাৰৰ যৌথ বৈঠকত সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত বাংকাৰ নিৰ্মাণত জোৰ দিয়া হৈছে বুলিও তেওঁ কয়।

ইফালে জন্মু-কাশ্মীৰ আৰক্ষীয়ে জনাইছে যে, দক্ষিণ কাশ্মীৰৰ কোকেৰনাগ, ত্ৰাল আৰু খ্ৰুত ২৯ জন বিদেশী সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd