• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধ অনিবাৰ্য! উত্তেজনা বৃদ্ধি কৰি এইবাৰ ইৰাণত প্ৰত্যাক্ৰমণ চলালে পাকিস্তানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2024 12:32 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তেজনা বৃদ্ধি কৰি এইবাৰ পাকিস্তানে ইৰাণক প্ৰত্য়াক্ৰমণ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে পুৱা ইৰাণৰ দক্ষিণ-পশ্চিম প্ৰদেশ চিস্তান-বেলুচিস্তান প্ৰদেশৰ ছাৰাভান চহৰত এই আক্ৰমণ চলোৱা হয়।

পাকিস্তানৰ এই আক্ৰমণত ৭ জন লোক নিহত হয়। ইয়াৰে চাৰিজন শিশু আৰু তিনিগৰাকী মহিলা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিহতসকলৰ কোনো এজনেই ইৰাণৰ নাগৰিক নহয়।

বাতৰি অনুসৰি, পাকিস্তানে ইৰাণৰ ভিতৰত ৭টা স্থানক লক্ষ্য কৰি লৈছে। এই তথ্য সংবাদ মাধ্যমক জনাইছে পাকিস্তানৰ এজন নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ ফলত চুবুৰীয়া দুই ৰাষ্ট্ৰৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পালে।

Apply Now

লগতে পঢ়কঃ আৰু কি বাকী থাকিব? ৰেচনতো মোডীৰ ফটো থকা বেগ দিব কেন্দ্ৰই! খৰচ হ’ব ৩০০ কোটি টকা

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম “ইৰ্না”ই ছিস্তান-বেলুচিস্তান প্ৰদেশৰ ডেপুটি গৱৰ্ণৰ আলিৰেজা মাৰহামটিৰ উদ্ধৃতি দি কয় যে বৃহস্পতিবাৰে পুৱা ছাৰাভান চহৰৰ সমীপত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়। এই সন্দৰ্ভত নিৰাপত্তাৰক্ষী বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে মঙলবাৰে ইৰানে পাকিস্তানৰ ভিতৰত বেলুচিস্তানত থকা জইছ আল আদাল উগ্ৰপন্থী সংগঠনৰ মুখ্য কাৰ্যালয়ত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। ৩টা শিশু নিহত হোৱাৰ লগতে ৩ গৰাকী ছোৱালী আহত হয়। পাকিস্তানে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পাকিস্তান কৰ্তৃপক্ষইও ভয়াৱহ পৰিণতিৰ সতৰ্কবাণী দিয়ে। এই সতৰ্কবাণীৰ পিছদিনাই দেশখনে এই আক্ৰমণ আৰম্ভ কৰে।

লগতে পঢ়কঃ ‘বিশ্বৰ আটাইতকৈ বয়স্ক কুকুৰ’ খিতাপৰ পুনৰীক্ষণ কৰিছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে; কিন্তু কিয়?

পাকিস্তান আৰু ইৰাণ দুয়োখন দেশে তেওঁলোকৰ ৯০০ কিলোমিটাৰ জোৰা সীমান্তত অশান্ত বেলুচ অঞ্চলত উগ্ৰপন্থীৰ সৈতে যুঁজি আছে। কিন্তু শেহতীয়া এই কাণ্ডই দুয়োখন চুবুৰীয়া দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে, যিটো ইজৰাইলৰ চলি থকা গাজা যুদ্ধক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আঞ্চলিক শত্ৰুতাৰ ছবি হিচাপে দেখা গৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd