• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২২ চনত মহাকাশলৈ মহাকাশচাৰী পঠোৱাৰ পৰিকল্পনা পাকিস্তানৰ; চীনে কৰিব সহায়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2019 7:08 pm

1 min read

China-pakistan

চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে ইমৰান খান

810
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানে ২০২২ চনৰ ভিতৰত চীনৰ সহায়ত মহাকাশলৈ দেশৰ প্ৰথমগৰাকী মহাকাশচাৰী প্ৰেৰণ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

দেওবাৰে পাকিস্তানী বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী চৌধুৰী ফাৱাড হুছেইনে ২০২০ চনৰ ভিতৰত মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া মহাকাশচাৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি কয়।

প্ৰাৰম্ভিক পৰ্যায়ত মহাকাশ অভিযানৰ বাবে ৫০ গৰাকী মহাকাশচাৰীক নিৰ্বাচন কৰা হ’ব পৰৱৰ্তী সময়ত ইয়াৰ পৰা ২৫ গৰাকীক ২০২২ চনৰ মহাকাশ অভিযানলৈ নিৰ্বাচিত কৰা হ’ব আৰু ইয়াৰ মাজৰ পৰা মাত্ৰ এগৰাকীক মহাকাশলৈ পঠোৱা হ’ব বুলি কয় পাকিস্তানী মন্ত্ৰীগৰাকীয়ে।

পাকিস্তানী বায়ুসেনা বাহিনীয়ে মহাকাশচাৰী নিৰ্বাচন কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি এটা খবৰত প্ৰকাশ পাইছে।

এছিয়াৰ ভিতৰত চোভিয়েট মহাসংঘৰ পাছতে দ্বিতীয়খন দেশ হিচাপে পাকিস্তানে ১৯৬৩ চনতে মহাকাশলৈ ৰকেট প্ৰেৰণ কৰিছিল বুলিও ফাৱাডে উল্লেখ কৰে।

পাকিস্তান মহাকাশ বিজ্ঞান শিক্ষা কেন্দ্ৰই দেশখনৰ মহাকাশ বিজ্ঞানৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Recent News

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd