• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘শ্বাহৰুখ মুঠেই আকৰ্ষণীয় নহয়, অভিনয়ো নাজানে’; কিং খানক লৈ মন্তব্য অভিনেত্ৰীৰ, তাৰপিছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2023 11:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাদশ্বাহৰ অনুৰাগী কেৱলদেশতে সীমাবদ্ধ নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে বিয়পি আছে। তেওঁৰ অভিনয়, হাঁহি, ব্যক্তিত্ব… আজিও তেওঁ সহজেই যুৱতীসকলৰ হৃদয়ত ধুমুহা তুলিব পাৰে। তেওঁ হৈছে শ্বাহৰুখ খান। আক্ষৰিক অৰ্থতে যেন কিং খান তেওঁ। বলীউডত ৰাজত্ব বাদশ্বাহ। কিন্তু হঠাৎ ইমান বছৰ পিছত তেওঁৰ অভিনয়ক লৈ উত্থাপন হ’ল প্ৰশ্ন!

শেহতীয়াকৈ জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী মাহনুৰ বালোচে শ্বাহৰুখক লৈ এটা বিৰূপ মন্তব্য কৰিছিল। শেহতীয়াকৈ পাকিস্তানী শ্ব’ এটাত আহি শ্বাহৰুখ সম্পৰ্কত কৰা মন্তব্যৰ বাবে অভিনেত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

তেওঁ দৰাচলতে কি কৈছিল? টক শ্ব’ত শ্বাহৰুখৰ বিষয়ে কথা পাতি থাকোঁতে মাহনুৰে মন্তব্য কৰিছিল যে ‘শ্বাহৰুখ এজন মানুহ হিচাপে বহুত ভাল হ’ব পাৰে, তেওঁৰ ব্যক্তিত্বও অতি ভাল। কিন্তু যদি মই সুদৰ্শন পুৰুষ বা অতি আকৰ্ষণীয় পুৰুষ বুলি কবলগীয়া হয়, তেন্তে শ্বাহৰুখক তেনেদৰে ক’ব নোৱাৰি।’

Apply Now

ইয়াতেই শেষ নহ’ল, মাহনুৰে লগতে মন্তব্য কৰিলে যে শ্বাহৰুখৰ অনুৰাগীসকল সঁচাকৈয়ে জাঙুৰ খাই উঠিছে। মাহনুৰে ক’লে- ‘শ্বাহৰুখ বৰ ভাল ব্যৱসায়ী৷ তেওঁ নিজৰ ছবিখৰ ভাল ব্যৱসায় কৰিব পাৰে। কিন্তু অভিনয় প্ৰকৃততে কেনেকৈ কৰিব লাগে, তেওঁ নাজানে। কেৱল নিজক লৈ ভাল ব্যৱসায় কৰাৰ বাবেই তেওঁ জনপ্ৰিয়।’

এই সকলোবোৰ মন্তব্য শুনি পাকিস্তানী অভিনেত্ৰীগৰাকীক লৈ ক্ষোভিত হৈ পৰিছে শ্বাহৰুখৰ অনুৰাগীসকল। বহুতে লিখিছে- ‘শ্বাহৰুখ খান যিয়েই নহওক কিয়, তেওঁ তোমাতকৈ ভাল মানুহ। কাৰণ তেওঁ কেতিয়াও কাৰো বিষয়ে ইমান বিৰূপ মন্তব্য নকৰে।’

আন এজন অনুৰাগীয়ে কৈছে, ‘আপুনি কি ভুল, ভিত্তিহীন মন্তব্য কৰিছে! শ্বাহৰুখ কেৱল অভিনেতা বা প্ৰযোজক নহয়, তেওঁ এজন কিংবদন্তিও।’ বহু অনুৰাগীয়ে কটুভাৱে কৈছে, ‘শ্বাহৰুখৰ ওপৰত মন্তব্য কৰি আপুনি নিজেই কিছু প্ৰচাৰ লাভ কৰিব বিচাৰিছে যেন লাগে।’

ইয়াৰ পূৰ্বে শ্বাহৰুখে ‘ৰইছ’ ছবিত পাকিস্তানী অভিনেত্ৰী মহিৰা খানক সুযোগ দিছিল। তেতিয়া মহিৰাই তেওঁক প্ৰশংসাৰে উপচাই দিছিল। কিন্তু চুবুৰীয়া ৰাষ্ট্ৰখনৰ এইগৰাকী অভিনেত্ৰী শ্বাহৰুখক লৈ কৰা মন্তব্যই অনুৰাগীক ক্ষুব্ধ কৰি তুলিছে। ছ’চিয়েল মিডিয়াতো বহু ট্ৰ’ল কৰা হৈছে অভিনেত্ৰীগৰাকীক। অৱশ্যে এই সকলোবোৰ কটুক্তিৰ প্ৰত্যুত্তৰত অভিনেত্ৰী মাহনুৰে এতিয়াও মুখ খোলা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd