DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতীয় সেনাৰ গুলীত নিহত হ’ল উয়িং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা পাক কমাণ্ড’

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2019 4:30 pm
ভাৰতীয় সেনাৰ গুলীত নিহত হ’ল উয়িং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা পাক কমাণ্ড’

ফটো ইণ্টাৰনেটৰ পৰা সংগৃহত

51k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বায়ুসেনাৰ পাইলট উয়িং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানক বন্ধী কৰাৰ আঁৰত থকা এগৰাকী পাকিস্তানী কমাণ্ড’ ভাৰতীয় সেনা বাহিনীৰ গুলীত নিহত হৈছে।

যোৱা ১৭ আগষ্টত এল অ’ চি(LoC)ত ভাৰতীয় সেনাই কৰা গুলীবৰ্ষণত পাক সেনাৰ স্পেচিয়েল ছাৰ্ভিছ গ্ৰুপৰ সুবেদাৰ আহমেদ খান নামৰ কমাণ্ড’ গৰাকী নিহত হয়। সূত্ৰত প্ৰকাশ।

সূত্ৰটোৰ মতে, ১৭ তাৰিখে এল অ’ চিৰ নক্যাল চেক্টৰত (Nakyal sector) আহমেদ খানে ভাৰতত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত সহায় কৰি থকাৰ সময়তে তেওঁক গুলীয়াই নিহত কৰা হয়।   

উল্লেখযোগ্য যে বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত আকাশী সীমা উলংঘন কৰি ভাৰতত প্ৰৱেশ কৰা পাক বায়ুসেনাৰ F-16 যুঁজাৰু বিমানৰ পাছ লোৱা ভাৰতীয় যুঁজাৰু বিমানৰ মাজত উয়িং কমাণ্ডাৰ অভিনন্দনে চলোৱা MiG-21 বিমানখনো আছিল।

পাকিস্তানী বিমানখনে এৰা মিছাইলৰ আঘাতত অভিনন্দনৰ বিমানখন ক্ষতিগ্ৰস্ত হৈছিল আৰু ২৭ ফেব্ৰুৱাৰিত তেওঁ পাক সেনাৰ কবলত পৰে।

ইয়াৰ পিছত পাকিস্তানে উয়িং কমাণ্ডাৰ গৰাকীক বন্দী কৰা কেইবাখনো ফটো প্ৰকাশ কৰিছিল, ইয়াৰে এখন ফটোত যোৱা ১৭ তাৰিখে ভাৰতীয় সেনাই নিহত কৰা আহমেদ খানৰ ছবি আছে।

ফটোখনত উয়িং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ পিছফালে থিয় হৈ থকা মুখত দাড়ি থকা পাকিস্তানী সেনা জোৱান গৰাকীয়ে হৈছে কমাণ্ড’ আহমেদ খান।     

প্ৰাপ্ত তথ্য মতে, আহমেদ খানে নৌশেৰা (Naushera), সুন্দৰবানী (Sunerbani) আৰু পল্লন ৱালা (Pallan Wala) চেক্টৰত ভাৰতলৈ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত সহায় কৰি আহিছিল।

Recent News

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd