DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাকিস্তানীৰ কল্পনা; ২০২৫ টি-২০ বিশ্বকাপত পাকিস্তানৰ হৈ খেলিব বিৰাট ক’হলি, ধাৱান, জাদেজাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 10:52 am
Virat-Kohli playing for pakistan

পাকিস্তানৰ ভাইৰেল হোৱা ক্ৰিকেট একাদশ

1.9k
VIEWS
Share on FacebookShare on Twitter

২০২৫ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী, অপেনিং বেটছমেন শিখৰ ধাৱান, ৰবিচন্দ্ৰন আশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই পাকিস্তানৰ হৈ খেলিব বুলি পাকিস্তানী সাংবাদিক নাইলা ইনায়তে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সকলোৱে ধিক্কাৰ দিছে পাকিস্তানৰ মানসিকতাক।

ভিডিঅ’টোত ২০২৫ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলখন পাকিস্তান আৰু ইংলেণ্ডৰ মাজত জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত অনুষ্ঠিত হোৱা দেখুওৱা হৈছে য’ত বিৰাট কোহলী আৰু বাবৰ আজমে পাকিস্তানৰ হৈ অপেনিং কৰিবলৈ খেল পথাৰত নামিছে।

চাৰিগৰাকী ভাৰতীয় খেলুৱৈক লৈ মূল পাকিস্তানী একাদশটো গঠন কৰা হৈছে বিতৰ্কিত পাকিস্তানী ভিডিঅ’টোত।

আনহাতে, এই ভিডিঅ’টোত খেল চাই থকা এটা পৰিয়ালে খেলৰ সম্ভাৱনাক লৈ কথোপকথন কৰিছে।

ছোৱালী জনীয়ে দেউতাকক এনেদৰে কৈছে-‘দেউতা আজি খেল কোহলীয়ে জিকাব।’

ছোৱালীজনীৰ কথাৰ উত্তৰত দেউতাকে কোহলীয়ে পূৰ্বে ভাৰতৰ হৈ খেলিছিল বুলি উল্লেখ কৰে।

দেউতাকৰ কথাত এইবাৰ পুত্ৰই দেউতাকক প্ৰশ্ন কৰিছে কোন ভাৰত বুলি।

ছ’চিয়েল মিডিয়াত ভিডিঅ’টো প্ৰচাৰ কৰাৰ পাছতে পাকিস্তানী নাগৰিক সকল ট্ৰ’লৰ সন্মুখিন হৈছে।

উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বাতিল কৰাৰ পাছতে পাকিস্তানৰ পৰা ধাৰাবাহিকভাৱে জম্মু-কাশ্মীৰৰ পৰিবেশ অস্থিৰ কৰি তোলাৰ বাবে চেষ্টা কৰি থকা হৈছে।

ভাইৰেল ভিডিঅ’টোত কোহলী আৰু বাবৰ আজমক একেশাৰীৰ বেটছমেন হিচাপে দেখুওৱা হৈছে।

Recent News

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd