• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰথমা পত্নীক এৰি দিল্লীত স্বামীৰ দ্বিতীয় বিবাহ! মোদীৰ পৰা ন্যায় বিচাৰি কৰাচীৰ পৰা মহিলাৰ কাতৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2025 1:00 pm
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ স্বামীয়ে কৰাচীত এৰি দিল্লীত দ্বিতীয়বাৰৰ বাবে বিয়া পাতিবলৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী পাকিস্তানী নাগৰিক নিকিতা নাগদেৱে। এই সন্দৰ্ভত ন্যায় বিচাৰি তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত কাতৰ আহ্বান জনাইছে। মহিলাগৰাকীয়ে ইতিমধ্যে ভাৰতত এক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। এটা ভিডিঅ’ৰ জৰিয়তে তেওঁ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।

নিকিতাৰ দাবী অনুসৰি, ২০২০ চনৰ ২৬ জানুৱাৰীত কৰাচীত পাকিস্তানী মূলৰ বিক্ৰম নাগদেৱৰ সৈতে তেওঁৰ বিবাহ হৈছিল। বিক্ৰম দীৰ্ঘম্যাদী ভিছাৰে ভাৰতৰ ইন্দোৰত বাস কৰে। প্ৰথম অৱস্থাত নিকিতাও স্বামীৰ সৈতে ভাৰততে আছিল। কিন্তু পিছত বিক্ৰমে ভিছাক লৈ হোৱা বিবাদৰ অজুহাতত আত্তাৰী সীমান্তত নিকিতাক এৰি কৰাচীলৈ পঠিয়াই দিয়ে। নিকিতাৰ অভিযোগ, ইয়াৰ পিছত তেওঁৰ স্বামীয়ে তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ কোনো চেষ্টা কৰা নাছিল। আনকি তেওঁ লক্ষ্য কৰিলে যে তেওঁৰ শহুৰেক পক্ষৰ ব্যৱহাৰো সলনি হৈছে।

Apply Now

নিকিতাই কয়, “মই মোৰ স্বামীক বাৰে বাৰে মোক ভাৰতলৈ লৈ আহিবলৈ অনুৰোধ কৰিছিলো। কিন্তু প্ৰতিবাৰেই তেওঁ সেই প্ৰস্তাৱ নাকচ কৰিছিল।” একে সময়তে নিকিতাই অভিযোগ কৰে, “মই গম পালোঁ যে মোৰ স্বামীৰ মোৰ এজন আত্মীয়ৰ লগত প্ৰেমৰ সম্পৰ্ক আছে। মই যেতিয়া শহুৰেকক এই বিষয়ে ক’লোঁ, তেতিয়া তেওঁ ক’লে যে ল’ৰাবোৰ কেৱল প্ৰেমিক। ইয়াৰ বাবে একো কৰিব নালাগে।”

তেওঁৰ মতে, কৰ’না মহামাৰীৰ সময়ত বিক্ৰমে তেওঁক বলপূৰ্বকভাৱে পাকিস্তানলৈ ঘূৰাই পঠিয়াইছিল আৰু তাৰ পিছৰ পৰা তেওঁক ভাৰতলৈ আনিব বিচৰা নাই। আৱেগিক কণ্ঠৰে নিকিতাই কয়, “ভাৰতত প্ৰতিগৰাকী নাৰীৰ ন্যায় পোৱাৰ অধিকাৰ আছে। আজি আমি ন্যায় নাপালে ন্যায়ৰ প্ৰতি নাৰীৰ বিশ্বাস হেৰাই যাব। বহু নাৰীক শহুৰেকৰ ঘৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হ’বলগীয়া হয়। সকলোকে মোৰ কাষত থিয় দিবলৈ অনুৰোধ জনালোঁ।”

নিকিতাৰ অভিযোগ যে বিক্ৰমে দিল্লীৰ এগৰাকী মহিলাক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছে। তেওঁলোকৰ বিবাহ এতিয়াও বৈধ হৈ থকাৰ বাবে এই কাৰ্য সম্পূৰ্ণ অবৈধ। এই সন্দৰ্ভত তেওঁ ভাৰততো বিক্ৰমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বিক্ৰম আৰু তেওঁৰ ‘দ্বিতীয়া পত্নী’লৈও জাননী প্ৰেৰণ কৰা হৈছে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অধিবক্তা কেন্দ্ৰত শুনানিৰ সময়ত কেন্দ্ৰই জনাইছিল যে যিহেতু স্বামী-স্ত্ৰী দুয়োজনেই পাকিস্তানী নাগৰিক, গতিকে এই সমস্যা পাকিস্তানৰ অধিকাৰক্ষেত্ৰত পৰে। এনে পৰিস্থিতিত বিক্ৰমক পাকিস্তানলৈ পঠিয়াবলৈ পৰামৰ্শ দিয়া হৈছিল যদিও কোনো ব্যৱস্থা লোৱা নহ’ল। সেয়েহে এইবাৰ নিকিতাই ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীৰ কাষ চাপিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd