• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হেকাৰৰ চাইবাৰ ষ্ট্ৰাইক! পাকিস্তানৰ ডন টিভিত জিলিকালে ভাৰতৰ ত্ৰিৰংগা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 3, 2020 7:48 am

1 min read

dawn-hacking-1596382620
379
VIEWS
Share on FacebookShare on Twitter

ফেচবুক,টুইটাৰ নহয় এইবাৰ টেলিভিছনেই হেক কৰিলে হেকাৰে।

টিভিত তেতিয়া চলি আছিল বাতৰি।

সেই সময়তে হঠাতে বাতৰি বন্ধ হৈ টিভিৰ পৰ্দাত জিলিকি উঠিল এটা বিশেষ বিজ্ঞাপন।

পাকিস্তানৰ বিখ্যাত ডন টিভিৰ পৰ্দাত হঠাতে ভাৰতৰ জাতীয় পতাকাৰ ছবি জিলিকি উঠাত দেশ খনৰ চৌদিশে হাহাকাৰ লাগিল।

ডন টিভিৰ বিয়লি ৩.৩০ বজাৰ বাতৰিৰ মাজতে ভাৰতৰ জাতীয় পতাকাৰ ছবি জিলিকি উঠাৰ লগতে এটা বিজ্ঞাপনো সম্প্ৰচাৰ হ’ল।

বিজ্ঞাপনটোত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষ্যে দেশখনক শুভেচ্ছা জ্ঞাপন কৰা হয়।

পাক জনতাৰ বাবে সম্পূৰ্ণ অনাহুত এই বিজ্ঞাপন হঠাতে ক’ৰ পৰা আহি টিভিৰ পৰ্দাত জিলিকিল তাৰ প্ৰথমতে কোনো ততেই ধৰিব পৰা নাছিল টিভি কৰ্তৃপক্ষই।

কেইছেকেণ্ডমান সম্প্ৰচাৰিত হোৱাৰ পিছতে পৰ্দাৰ পৰা আঁতৰিল ভাৰতৰ জাতীয় পতাকা।

পুনৰ আৰম্ভ হ’ল বাতৰি।

মূহুৰ্তৰ ভিতৰতে পাকিস্তানত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই বিজ্ঞাপন সন্দৰ্ভত তদন্ত কৰি ডন টেলিভিছন কৰ্তৃপক্ষ নিশ্চিত হ’ল যে কোনো দুষ্ট চক্ৰই টিভিৰ ছেটেলাইট নেটৱৰ্ক হেক কৰি এই কাম কৰিছে।

ইয়াৰ বাবে পাকিস্তানে ভাৰতক দোষো দিব পৰা নাই,কাৰণ এয়া যে হেকাৰৰ কাম।

Recent News

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

aa del

পাশৱিক!লিংগ পৰিৱৰ্তনেৰে ১৩ বছৰীয়া কিশোৰক কিশোৰীলৈ ৰূপান্তৰিত কৰি দীৰ্ঘদিন ধৰি গণ ধৰ্ষণ

a subhra

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd