• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধনৰ লোভ! ইণ্ডোনেছিয়াত থকা দূতাৱাসেই গোপনে বিক্ৰী কৰি দিলে পাকিস্তানৰ ৰাষ্ট্ৰদূতে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 24, 2020 8:13 am

1 min read

Pakistans-former-ambassador
543
VIEWS
Share on FacebookShare on Twitter

ধনৰ লোভত পৰি কিমানে যে কি কাম নকৰে!

কোনোৱাই চৰকাৰী ধন আত্মসাৎ কৰে,কোনোৱাই খাদ্যত ভেজাল কৰে ইত্যাদি ইত্যাদি।

ধনৰ লোভত পৰি পাকিস্তানৰ এজন ৰাষ্ট্ৰদূতে এইবাৰ বিদেশত থকা এটা দূতাৱাসেই বিক্ৰী কৰি দিলে।

পাকিস্তানৰ এই গৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূত হৈছে মেজৰ জেনেৰেল চৈয়দ মুস্তাফা আনোৱাৰ। ২০০০ চনত আনোৱাৰক ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাত থকা পাকিস্তানৰ দূতাৱাসত ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি দিয়া হৈছিল।

জাকাৰ্টাত থকাৰ সময়তে ৰাষ্ট্ৰদূত গৰাকীয়ে কিদৰে বাহিৰাকৈ ধন গোটাব পাৰি তাৰেই চিন্তাত মগ্ন হ’ল।

ভাবি ভাবি তেওঁ দূতাৱাসৰ এটা বৃহৎ ভৱন গোপনে বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত ল’লে।

সেইমতে তেওঁ ইণ্ডোনেছিয়াৰ স্থানীয় কাকতত বিজ্ঞাপনো প্ৰকাশ কৰিলে। বিজ্ঞাপন দেখি বহুলোক আগবাঢ়ি আহিল দূতাৱাসৰ ভৱনটো কিনিবলৈ।

ৰাষ্ট্ৰদূত গৰাকীয়ে পানীৰ দামতে দূতাৱাসৰ বিশাল ভৱনটো বিক্ৰী কৰি দিলে।

২০০১ চনৰ শেষৰ পিনে সংঘটিত এই ঘটনাৰ বিষয়ে বহু পলমকৈহে অৱগত হয় পাকিস্তানৰ চৰকাৰ।

লগে লগে পাকিস্তানৰ নেচনেল একাউণ্টিবিলিটি ব্যুৰ’ই প্ৰাক্তন ৰাষ্ট্ৰদূত আনোৱাৰৰ বিৰু্দ্ধে গোচৰ ৰুজু কৰে।

শেহতীয়াকৈ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ৰাজহুৱা সম্পত্তি গোপনে বিক্ৰী কৰি ধন আত্মসাৎ কৰাৰ অভিযোগত আনোৱাৰক দোষী সাৱ্যস্ত কৰিছে।

পাক আইনৰ ৯(ক)৬ ধাৰাত তেওঁক দোষী সাৱ্যস্ত কৰা হৈছে। আদালতে শীঘ্ৰে তেওঁৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিব।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd