• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাকিস্তানৰ প্রাক্তন ৰাষ্ট্রপতি পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ড পাক আদালতৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 17, 2019 2:11 pm

1 min read

images

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্পতি পাৰভেজ মুশ্বাৰফ।

260
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ এখন বিশেষ আদালতে দেশখনৰ একনায়কত্ববাদী প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে।

মঙলবাৰে মুশ্বাৰফৰ বিৰুদ্ধে এক ষড়যন্ত্ৰৰ গোচৰত তিনিজনীয়া ন্যায়াধীশৰ এখন বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।

সংবাদ মাধমৰ খবৰ অনুসৰি, ২০০৭চনৰ সেনা অভ্যুত্থানৰ জৰিয়তে পাকিস্তানৰ ক্ষমতা দখল কৰা তথা জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰা সন্দৰ্ভত ২০১৩চনত মুশ্বাৰফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

পূৰ্বে পাকিস্তান সেনাৰ মুৰব্বী হিচাপে থকা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ অনা হৈছিল।

গোচৰটোৰ শুনানি গ্ৰহণ কৰাৰ পাছত ২০১৪’ৰ শেহৰফালে তেওঁক দোষী সাৱ্যস্ত কৰা হৈছিল। কিন্তু ইয়াৰ ৰায়ৰ বিৰুদ্ধে আবেদন তথা আন আইনী জটিলতাৰ বাবে শাস্তি ঘোষণাৰ দিন পিছুৱাই গৈছিল।

ইয়াৰ মাজতে ২০১৬’ত মুশ্বাৰফে দেশ ত্যাগ কৰে। বৰ্তমান প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ডুবাইত চিকিৎসাধীন হৈ থকা বুলি খবৰ পোৱা গৈছে।

চৰকাৰ আৰু আদালতৰ মাজত চলি থকা অৰিয়াঅৰিৰ পাছত অৱশেষত এই মাহৰ ৫তাৰিখে বিশেষ আদালতে ১৭ ডিচেম্বৰত শাস্তিৰ ৰায় প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd