DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আধাৰ কাৰ্ডেৰে পান কাৰ্ডৰ সংযোগৰ দিন বৃদ্ধি কৰিলে কেন্দ্ৰই : কেতিয়ালৈ,কেনেকৈ কৰিব পাৰিব সংযোগ?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2021 8:24 pm
Aadhaar-PAN-750x375
430
VIEWS
Share on FacebookShare on Twitter

আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰাৰ অন্তিম দিন পুনৰ বৃদ্ধি কৰিছে কেন্দ্ৰ চৰকাৰে।

উল্লেখ্যে প্ৰথমাৱস্থাত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ কৰাৰ অন্তিম দিন আছিল ৩১ মাৰ্চ ২০২১।
পিছত চৰকাৰে ৩০ জুনলৈ বৃদ্ধি কৰা কৰিছিল আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰাৰ দিন।

অহা ৩০ জুনৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড সংযোগ নকৰা লোকসকলে বিত্তীয় বিল, ২০২১ৰ অনুসৰি ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব বুলিও কোৱা হৈছিল।

কিন্তু আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰাৰ অন্তিম দিনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আজি পুনৰ সময়সীমা বৃদ্ধি কৰিছে।

সেইমৰ্মে চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত তিনিমাহ সময় বৃদ্ধি কৰা হৈছে। অৰ্থাৎ ৩০ ছেপ্টেম্বৰৰ ভিতৰত এতিয়া যিকোনো লোকেই আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰিব পাৰিব।

উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্টলৈকে সমগ্ৰ দেশত ৩২.৭১ কোটি লোকে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ কৰিছিল।

দৰাচলতে আধাৰ হৈছে Unique Identification Authority of India (UIDAI)-এ প্ৰদান কৰা এটা ১২ ডিজিটৰ নম্বৰ।

একেদৰে পান হৈছে কৰ বিভাগে প্ৰদান কৰা এটা ১০ ডিজিটৰ নম্বৰ।

এই নম্বৰ দুটা SMS ৰ জৰিয়তে এক বিশেষ পদ্ধতিৰে প্ৰেৰণ কৰি মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে আপুনি পান কাৰ্ডৰ সৈতে আধাৰ নম্বৰ যুক্ত কৰাৰ বাবে আবেদন জনাব পাৰে।

SMS ৰ জৰিয়তে পান কাৰ্ডৰ সৈতে আধাৰ নম্বৰ যুক্ত কৰিবলৈ আপুনি এই পদক্ষেপ কেইটা গ্ৰহণ কৰক—

UIDPAN<space><12 digit Aadhaar><space><10 digit PAN>

প্ৰথমে UIDPAN বুলি টাইপ কৰি তাৰপিছত স্পেছ দিব, স্পেছৰ পিছত ১২ ডিজিটৰ আধাৰ নম্বৰ টাইপ কৰিব,আকৌ স্পেছ দিব, তাৰপিছত ১০ ডিজিটৰ পান নম্বৰটো টাইপ কৰি সেয়া ৫৬৭৬৭৮ নাইবা ৫৬১৬১ নম্বৰলৈ পঠিয়াই দিয়ক।

এনেদৰে অতি সাধাৰণ প্ৰক্ৰিয়াৰে আপুনি আধাৰৰ সৈতে পান কাৰ্ড সংযুক্ত কৰিব পাৰিব।

Recent News

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd