• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Pandora papers: শচীন টেণ্ডুলকাৰকে ধৰি বহু ধনী লোকৰ গোপন অৰ্থনৈতিক তথ্য ফাদিল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 4, 2021 10:11 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পানামা পেপাৰ্ছৰে তথ্য ফাদিলে ভাৰতকে ধৰি বিশ্বৰ বহু দেশত জোকাৰণি তোলাৰ পিছত এইবাৰ পেণ্ডোৰা পেপাৰ্ছৰ তথ্য ফাদিলে আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পেণ্ডোৰা পেপাৰ্ছত বহু ভাৰতীয় ৰাজনীতিক, খেলুৱৈ,ব্যৱসায়ী আদিৰ অৰ্থনৈতিক তথ্য ফাদিল হৈছে। অৰ্থনৈতিক তথ্য ফাদিল হোৱা ভাৰতীয় ব্যক্তিসকলৰ ভিতৰত কিংবদন্তী ক্ৰিকেট খেলুৱৈ শচীন টেণ্ডুলকাৰো আছে।

Apply Now

পেণ্ডোৰা পেপাৰ্ছৰ তথ্যত বিশ্বৰ বহু লোকৰ গোপন অৰ্থনৈতিক তথ্য সন্নিবিষ্ট হৈ আছে। গাৰ্জিয়েন কাকতত প্ৰকাশিত তথ্য অনুসৰি পানামা ,ডুবাই, মনাকো,ছুইজাৰলেণ্ড আদি দেশত বিশ্বৰ প্ৰায় ১২ নিযুত লোকৰ সম্পদ বিনিয়োগ কৰাৰ বাবে কেতবোৰ কোম্পানীয়ে কাম কৰি আহিছে।

The International Consortium of Investigative Journalists (ICIJ)-এ লাভ কৰা পেণ্ডোৰা পেপাৰ্ছৰ তথ্য অনুসৰি ৰাছিয়া, ভাৰত,আমেৰিকা,পাকিস্তান,ইংলেণ্ড,মেক্সিকো আদি দেশৰ কমেও ১০০ গৰাকী অতি ধনী ব্যক্তিয়ে বিশেষ কোম্পানীৰ জৰিয়তে বিদেশত বিনিয়োগ কৰি আহিছে।

ইয়াৰ ফলত সংশ্লিষ্ট দেশৰ চৰকাৰে বৃহৎ মাত্ৰাত কৰ হেৰুৱাই আছে।

পেণ্ডোৰা পেপাৰ্ছত জৰ্দানৰ ৰজা,ইউক্ৰেইন,কেনিয়া আৰু ইকুৱেডৰৰ ৰাষ্ট্ৰপতিয়ে এনেদৰে বিদেশত বিনিয়োগ কৰাৰ তথ্য পোহৰলৈ আহিছে। ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰৰ নামো পেণ্ডোৰা পেপাৰ্ছৰ তথ্যত পোহৰলৈ অহা দেখা গৈছে।

কাকত খনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰায় ৩০০ লোকৰ নামো পেণ্ডোৰা পেপাৰ্ছৰ সৈতে জৰিত হৈ আছে। সেই ৩০০ গৰাকী ভাৰতীয়ৰ ভিতৰত বহু কেইগৰাকীৰ বিৰুদ্ধে ব্যাপক অৰ্থনৈতিক অনিয়মৰ অভিযোগ আছে। তেওঁলোকৰ ভিতৰত প্ৰাক্তন সাংসদ আদিও আছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ইংলেণ্ডৰ আদালতে দেউলীয়া ঘোষণা কৰা অনিল আম্বানীৰো বিদেশৰ কোম্পানীত ১৮ টা বৃহৎ বিনিয়োগ আছে।

SEBI-এ নিষিদ্ধ কৰা এজন ব্যক্তিৰ সৈতে বিটকনৰ পৃষ্টপোষক কিৰণ মজুমদাৰৰ স্বামীৰ লেন-দেন থকাৰ তথ্যও পোহৰলৈ আহিছে।

বেংকৰ ঋণ কেলেংকাৰীত জৰিত হৈ বিদেশলৈ পলায়ন কৰা নীৰৱ মোদীৰ ভনীয়েকেও বিদেশী নিধিত বিনিয়োগ কৰা বুলি তথ্য প্ৰকাশ পাইছে।

ক্ৰিকেটৰ যাদুকৰ শচীন টেণ্ডুলকাৰৰ নামো ইয়াত জৰিত হৈ পৰিছে।

উল্লেখ্য ২০১৬ চনত পানামা পেপাৰ্ছৰ তথ্য ফাদিল হোৱাৰ পিছতে বহু ভাৰতীয়ৰ মাজত হাহাকাৰ লাগিছিল।

ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত খবৰ অনুসৰি পানামা পেপাৰ্ছৰ তথ্য ফাদিল হোৱাৰ পিছতে শচীন টেণ্ডুলকাৰে তেওঁৰ বিদেশত বিনিয়োগ কৰা ধন ওভতাই অনাৰ চেষ্টা চলাইছিল।

পেণ্ডোৰা পেপাৰ্ছৰ তথ্যত প্ৰকাশ পোৱা মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে মনাকোত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd