• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাগজৰ কাপত চাহ-কফি খোৱাটো কিমান নিৰাপদ? শৰীৰত কি ক্ষতি হয়!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2025 7:19 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰৰ বাহিৰত ওলালেই প্ৰায়েই আমি কাগজৰ কাপত একাপ গৰম চাহ বা কফিৰ সোৱাদ লওঁ। দেখাত স্বাস্থ্যকৰ যেন লাগিলেও, এই সাধাৰণ অভ্যাসটোৱে আমাৰ শৰীৰৰ বাবে কিমান ডাঙৰ বিপদ কঢ়িয়াই আনিছে, সেই বিষয়ে হয়তো আমি কল্পনাও কৰিব পৰা নাই। শেহতীয়াকৈ স্বাস্থ্য বিশেষজ্ঞসকলে কাগজৰ কাপৰ ব্যৱহাৰৰ ফলত হ’ব পৰা গুৰুতৰ স্বাস্থ্যজনিত ক্ষতিৰ বিষয়ে সতৰ্ক কৰি দিছে।

বৰ্তমান সময়ত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ প্ৰচেষ্টা চলি আছে যদিও, মাইক্ৰ’প্লাষ্টিক এতিয়া সকলোতে বিয়পি পৰিছে। খোৱা বস্তুৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনত ব্যৱহৃত বহু বস্তুতে এইবিধ প্লাষ্টিক পোৱা যায়। আশ্চৰ্যজনকভাৱে, আমি স্বাস্থ্যকৰ বুলি ভবা এই কাগজৰ কাপবোৰতো মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি আছে।

Apply Now

কাগজৰ কাপসমূহ কাগজৰ দ্বাৰা নিৰ্মিত হ‘লেও, সেইবোৰক পানী নোসোমোৱাকৈ ৰাখিবলৈ ভিতৰৰ ফালে পলিইথাইলিন (Polyethylene) নামৰ প্লাষ্টিকৰ এটা পাতল আৱৰণ লগোৱা হয়।

বিশেষজ্ঞসকলৰ মতে, চাহ বা কফিৰ দৰে অতি গৰম পানীয় যেতিয়া এনে কাপত ভৰোৱা হয়, তেতিয়া তাপৰ ফলত কাগজৰ আৱৰণৰ পৰা প্লাষ্টিকৰ সূক্ষ্ম কণিকা বা মাইক্ৰ’প্লাষ্টিক পানীয়ৰ লগত মিহলি হৈ পৰে।

এজন বিশেষজ্ঞৰ দাবী অনুসৰি, গৰম পানীয়ে প্লাষ্টিক স্পৰ্শ কৰিলে প্ৰায় ২৫ হাজাৰতকৈও অধিক মাইক্ৰনতকৈ সৰু প্লাষ্টিক কণিকা তৰল পদাৰ্থৰ লগত মিহলি হৈ যায়।

এই কণাবোৰ অতি সহজে আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু দীৰ্ঘদিন ধৰি এনেদৰে চাহ-কফি খাই থকাৰ ফলত ই গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

 মাইক্ৰ’প্লাষ্টিকৰ বিপদৰ পৰা হাত সাৰিবলৈ বিকল্প উপায়

মাইক্ৰ’প্লাষ্টিকৰ এই বিপদৰ পৰা হাত সাৰিবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে কিছুমান সহজ বিকল্প গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে:

গ্লাছ বা ষ্টেইনলেছ ষ্টীলৰ কাপ: গৰম পানীয়ৰ বাবে সৰ্বোত্তম আৰু সুৰক্ষিত বিকল্প হ‘ল গ্লাছ বা ষ্টেইনলেছ ষ্টীলৰ পাত্ৰ। এইবোৰত কোনো ধৰণৰ প্লাষ্টিক নাথাকে আৰু এই পাত্ৰবোৰে পানীয়ৰ উষ্ণতাও দীৰ্ঘদিন ধৰি নিয়ন্ত্ৰণ কৰে।

নিজৰ কাপ লৈ ফুৰক: ঘৰৰ বাহিৰত চাহ বা কফি খোৱাৰ সময়ত নিজৰ ফ্লাস্ক বা কাপটো লগত লৈ যোৱাটো এক বুদ্ধিমানৰ কাম। ইয়াৰ ফলত মাইক্ৰ’প্লাষ্টিকৰ শৰীৰত প্ৰৱেশৰ আশংকা একেবাৰে নোহোৱা হয়।

এই অভ্যাস সলনি কৰি আমি কাগজৰ কাপৰ পৰা হোৱা অনিষ্টৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণতো অৰিহণা যোগাব পাৰোঁ। সেয়ে, আজিৰে পৰা বাহিৰত গৰম পানীয় উপভোগ কৰোঁতে অধিক সজাগতা অৱলম্বন কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd