• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰূপালী জয়ন্তী বৰ্ষত পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্রতিযোগিতা

২১ নৱেম্বৰত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত ৰবীন্দ্ৰ ভৱনত অন্তিম তৰ্ক প্ৰতিযোগিতা, ২০২২ বৰ্ষৰ পৰা প্ৰয়াত বিশিষ্ট সাংবাদিক-তাৰ্কিকজনৰ সোঁৱৰণত প্ৰতিবছৰে অনুষ্ঠিত হ'ব বক্তৃতানুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2021 2:32 pm
Parag Kumar Das Memorial Debate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে প্ৰয়াত বিশিষ্ট সাংবাদিক তথা একালৰ প্রখ্যাত তাৰ্কিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অনুষ্ঠিত হৈ অহা সদৌ অসম তৰ্ক প্রতিযোগিতা। বিশিষ্ট সাংবাদিকগৰাকীৰ সোঁৱৰণত ১৯৯৭ চনৰে পৰা নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা এই তৰ্ক প্রতিযোগিতাখন এইবছৰেই অন্তিমবাৰলৈ অনুষ্ঠিত হ’ব৷

২০২২ বৰ্ষৰ পৰা এই তৰ্ক প্রতিযোগিতাখনৰ পৰিবৰ্তে বিশিষ্ট সাংবাদিকজনৰ সোঁৱৰণত অনুষ্ঠিত হ’ব একোটা বাৰ্যিক বক্তৃতানুষ্ঠান। সেই অনুসৰি অন্তিমবাৰলৈ এই ২৫ সংখ্যক পৰাগ কুমাৰ দাস সোঁৱৰ সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন অহা ২১ নৱেম্বৰ দেওবাৰে দিনৰ এঘাৰ বজাৰ পৰা মহানগৰীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ বাবে আয়োজকে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অন্তিমবাৰৰ এই প্রতিযোগিতাৰ বিষয় হৈছে— ‘কেৱল অধিক ক্ষমতা কেন্দ্ৰীভূত কৰাৰ স্বাৰ্থতে কেন্দ্রীয় চৰকাৰ উত্তৰ-পূব ভাৰতৰ আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানত আগ্ৰহী নহয়’ (Solely for centralizing morepower, the union government is not interested in resolution of the inter-state border disputes of north-east of India)।

Apply Now

পূৰ্বৰ দৰেই প্ৰতিযোগীসকলে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।
প্রতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা দুজনকৈ প্রতিযোগীয়ে (এজন সপক্ষে, আনজন বিপক্ষে) অংশগ্ৰহণ কৰাটো বাধ্যতামূলক প্রতিজনে বক্তব্য দাঙি ধৰাৰ বাবে পাঁচ মিনিটকৈ সময় লাভ কৰিব।

অসমৰ বিশিষ্ট সাংবাদিক তথা একালৰ বিশিষ্ট তাৰ্কিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত ১৯৯৭ চনৰ পৰা প্রতিবছৰে সদৌ অসম ভিত্তিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই তৰ্ক প্রতিযোগিতাখন অনুষ্ঠিত হৈ আহিছে। প্রতিটো দলে সংশ্লিষ্ট মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ মুৰৰী তথা তৰ্ক বিভাকৰ ভাৰপ্ৰাপ্ত প্ৰবক্তা-অধ্যাপকৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্রমাণপত্ৰ আনিব লাগিব।

প্রতিযোগিতাত প্রথম তিনিটা স্থানত দলগতভাৱে বিজয়ী মহাবিদ্যালয়, বিশ্ববিদ্যালয়কেইখনে স্মাৰকসহ পৰাগ কুমাৰ দাস সোঁৱৰণী চলন্ত ট্ৰফী আৰু ব্যক্তিগতভাৱে প্রথম তিনিটা স্থান দখল কৰা শ্ৰেষ্ঠ তাৰ্কিক তিনিজনে স্মাৰকসহ ক্ৰমে পোন্ধৰ হেজাৰ, দহ হেজাৰ আৰু সাত হেজাৰ নগদ ধন লাভ কৰিব। সেইদিনাই এখন আটকধুনীয়া স্মৰণিকাও প্রকাশ পাব, য’ত তৰ্ক প্রতিযোগিতাখনৰ পঁচিশ বছৰীয়া ইতিহাস সংৰক্ষিত হৈ থাকিব।

‘সাদিন-প্রতিদিন গোষ্ঠী’ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্রতিযোগিতা সমিতিৰ সভাপতি উদয়াদিত্য ভৰালী আৰু সাধাৰণ সম্পাদক পৰম প্রকাশ গগৈয়ে অসমৰ সকলো মহাবিদ্যালয়, বিশ্ববিদ্যালয়ক প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে আৰু ইচ্ছুকসকলে ৯৪৩৫০-৪৪১৪০, ৯৪৩৫০-৪৮২৬৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্লান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd