• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“গ্ল’ৱেল টিচাৰ এৱাৰ্ড” ২০২১ৰ বাবে নিৰ্বাচিত টীয়কৰ যুৱ শিক্ষক পৰাগ শইকীয়া

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
September 7, 2021 5:34 pm
tpp
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ৰ যুৱ শিক্ষক পৰাগ শইকীয়াই আন্তঃ ৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ নাম জিলিকাই, ২০২১ বৰ্ষৰ গ্ল’ৱেল টিচাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে।

যোৱা ১২ আগষ্টত ডুবাইৰ পৰা আয়োজন কৰা ভাৰ্চুৱেল প্ৰেজেন্টেচনত পৰাগ শইকীয়াই আন্ত:ৰাষ্ট্ৰীয় বিচাৰকমণ্ডলীৰ সন্মুখত প্ৰতিটো তথ্যৰ পুংখানুপুংখ বিশ্লেষণ আগবঢ়াই “গ্ল’বেল টিচাৰ এৱাৰ্ড” অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Apply Now

অহা ১০ অক্টোৱৰত ভাৰ্চুৱেল মাধ্যমত বিশ্বৰ ১১০ খন ৰাষ্ট্ৰৰ নিৰ্বাচিত শিক্ষক সকলক এই বটাঁ প্ৰদান কৰা হ’ব৷

উল্লেখযোগ্য যে ২০১৭ বৰ্ষত সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বনাই উ:মা: বিদ্যালয়ত স্মাৰ্ট ক্লাছ গঢ়াৰ লগতে ২০২০ বৰ্ষত ক’ভিড-১৯ মহামাৰীৰ ফলত দেশজুৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ শৈক্ষিক ধাৰাবাহিকতা ৰক্ষাৰ বাবে লোৱা বিশেষ প্ৰচেষ্টা হাতত লৈছিল।

সমান্তৰালকৈ ক’ভিড-১৯ সম্পৰ্কত জনসজাগতা সৃষ্টি আৰু শিক্ষাৰ্থীসকলৰ সৃষ্টিমূলক দক্ষতা বৃদ্ধিৰ বাবে লকডাউনৰ সময়ছোৱাত “খোজ” নামৰ শৈক্ষিক অনলাইন আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিছিল যুৱ শিক্ষক পৰাগ শইকীয়াই।

ইয়াৰ উপৰি ২০২১ বৰ্ষৰ ক’ৰোণাৰ দ্বিতীয় ঢৌ আগমণৰ সময়তে জনসজাগতা বৃদ্ধিৰ বাবে ছাত্ৰ- ছাত্ৰীক লৈ আৰম্ভ কৰা ৰাজহুৱা জনসজাগতা পোষ্টাৰিং কাৰ্যসূচী,  বিদ্যালয়বন্ধৰ সময়চোৱাত শিক্ষাৰ্থীসকলক প্ৰকৃতি সংৰক্ষণ আৰু শিক্ষাগুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ব্যৱহাৰিক শিক্ষাদানৰ বাবে আৰম্ভ কৰা ” গুৰুদক্ষিণা: গুৰুৰ বাবে এজোপা গছ”  শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী  গ্আৰহণ কৰিছিল।

ৰ সম্পূৰ্ণৰূপে তথ্য- প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে ধাৰাবাহিক ভাবে কৰি অহা অনলাইন শিক্ষাদান আৰু মূল্যায়ন প্ৰচেষ্টাৰ বাবে শিক্ষকগৰাকীক এই বটাঁৰ বাবে নিৰ্বাচিত হৈছে বুলি জানিব পৰা গৈছে।

যোৰহাট টীয়কৰ গ্ৰামাঞ্চল বনাইৰ “বনাই উচ্চ- মাধ্যমিক বিদ্যালয়ৰ” যুৱ শিক্ষক পৰাগ শইকীয়াৰ এই সফলতাত বিদ্যালয় খনৰ শিক্ষাৰ্থী,শিক্ষক, অভিভাৱক, শুভাকাংক্ষীসকল উৎফুল্লিত হৈ পৰা দেখা গৈছে।

যোৰহাট জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, সমগ্ৰ শিক্ষা অভিযান যোৰহাটৰ বিষয়াসকল, পূব যোৰহাট শিক্ষাখণ্ডৰ বিষয়া কৰ্মচাৰীৰ লগতে টীয়কৰ বিভিন্ন দল সংগঠন, শিক্ষানুৰাগী ব্যক্তিয়ে অভিনন্দন জনাইছে৷

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd