• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰূপ-লাৱণ্যত ধ্যানভংগ সতীৰ্থসকলৰ! গেমছ ভিলেজৰ পৰা অপসাৰিত সুন্দৰী সন্তৰণবিদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2024 10:36 am
লুয়ানা এল’নছ’। ফটোঃ সংগ্ৰহীত।

লুয়ানা এল’নছ’। ফটোঃ সংগ্ৰহীত।

561
VIEWS
Share on FacebookShare on Twitter

সুন্দৰীৰ ৰূপত মুগ্ধ হোৱাটো কোনো নতুন কথা নহয়। যুগ যুগ ধৰি ৰূপৰ জুইৰ আগত বহু মানুহৰ ধ্যান ভাঙি গৈছে। কিন্তু কোনে জানিছিল যে সেই জুইৰ ৰেশ অলিম্পিকতো আহি উপনীত হ’ব? আৰু পৰিস্থিতি ইমানেই অৱনতি ঘটিল যে অৱশেষত এগৰাকী মহিলা প্ৰতিযোগীয়ে গেমছ ভিলেজ এৰিবলগীয়া হ’ল! অভিযোগ অনুসৰি তাত তেওঁ ‘অসংগত’ পৰিৱেশৰ সৃষ্টি কৰিছিল।

এই প্ৰতিযোগীগৰাকী কোন? আৰু তেওঁ কেনেকৈনো সৃষ্টি কৰিছে ‘অসংগত’ পৰিৱেশ? তেওঁৰ নাম লুয়ানা এল’নছ’। বয়স মাত্ৰ ২০ বছৰ। যদিও পেৰাগুৱেৰ এই প্ৰতিযোগীগৰাকী সাঁতোৰৰ বাবে পৰিচিত, বৰ্তমান তেওঁ অন্যান্য কাৰণতহে চহৰখনৰ চৰ্চাৰ বিষয় হৈ পৰিছে। কাৰণ বাকী খেলুৱৈসকলে এই সুন্দৰীৰ উপস্থিতিত খেলত মনোনিৱেশ কৰিবলৈ অসুবিধা পাইছিল। জনা যায় যে তেওঁ গেমছ ভিলেজত চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰিছিল। আন খেলুৱৈসকলৰ লগত অলপ বেছি অন্তৰংগ হ’বলৈ চেষ্টা কৰিছিল।

অলিম্পিকত সাঁতোৰৰ ১০০ মিটাৰ বাটাৰফ্লাইত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে লুয়ানাই। ছেমি ফাইনেলত মাত্ৰ ০.২৪ ছেকেণ্ডত পৰাস্ত হয়। আৰু তাৰ পিছতে তেওঁ সাঁতোৰৰ পৰা অৱসৰ ল’লে। সেইটো ২৭ জুলাইত হৈছিল। গেমছ ভিলেজত বাকী দিনবোৰ যিধৰণে কটাইছিল তাত পেৰাগুৱেৰ দলটোৱে যথেষ্ট হতাশ হৈ পৰিছিল।

লগতে পঢ়কঃ নীৰজৰ স্বৰ্ণ পদক আজুৰি নিলে আৰ্ছাদে! ৰূপৰ পদক লাভ কৰিও অলিম্পিকত ইতিহাস ভাৰতীয়ৰ

পেৰাগুৱেৰ দল পৰিচালনাই স্পষ্টকৈ কৈছিল, “তেওঁৰ উপস্থিতিয়ে পেৰাগুৱেৰ দলত অসংগত পৰিৱেশ সৃষ্টি কৰিছিল। অৱশ্যে লুয়ানা ৰাতি গেমছ ভিলেজত থাকিব নে নাথাকে সেয়া সম্পূৰ্ণ তেওঁৰ সিদ্ধান্ত।” লুয়ানাই অৱশ্যে সেইটোক লৈ কোনো গুৰুত্ব নিদিয়ে। তেওঁৰ বক্তব্য, “কোনোৱে মোক বাহিৰ কৰি দিয়া নাই। এই বিষয়ে মই কোনো মন্তব্য দিব নিবিচাৰো। কিন্তু এই সকলোবোৰ কথাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই।” অৱশ্যেই পেৰাগুৱেৰ দলৰ সদস্যসকলে সেইটো অতি ভালকৈয়ে অনুভৱ কৰিছে। 

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd