DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত যুৱকৰ অবিবেচকী কাণ্ডৰ বাবে কোভিড১৯ত আক্ৰান্ত হ’ল পিতৃ-মাতৃ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
June 22, 2020 3:12 pm
COVID19-positive-1-1140x570-750x375

প্ৰতিনিধিত্বমূলক ফটো

11k
VIEWS
Share on FacebookShare on Twitter

যোৱা শনিবাৰে যোৰহাটৰ অৱৰুদ্ধ এলেকা হিচাপে ঘোষিত অঞ্চলত আৰু দুগৰাকী লোকৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

যোৰহাট জিলাৰ উপায়ুক্তই জনোৱা মতে কিছুদিন পূৰ্বে যোৰহাটৰ লক্ষ্যজ্যোতি বৰদলৈ নামৰ ২৯ বছৰীয়া যুৱকজনৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱাৰ পিছতে তেওঁৰ পিতৃ-মাতৃৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল।

আজি তেওঁৰ পিতৃ আৰু মাতৃ দুয়োগৰাকীৰ শৰীৰতে কোভিড১৯ পজিটিভ পোৱা গৈছে।

তেওঁলোকক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

“কালিলৈকে লক্ষ্যজ্যোতি বৰদলৈৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্পৰ্শলৈ অহা ২২১ গৰাকী লোকক চিনাক্ত কৰিছো। যুৱকজনৰ পিতৃ গড়কাপ্তানি বিভাগৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী। পিতৃৰ সংস্পৰ্শলৈ অহা সকলো কৰ্মচাৰীকে কোৱাৰেন্টাইন কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা হ’ব।” যোৰহাট জিলা উপায়ুক্তগৰাকীয়ে কয়।

উল্লেখ্য যে, লক্ষ্যজ্যোতিৰ মাতৃ অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ সৈতে জড়িত হৈ আছে।

তেওঁ ভাতৃ আৰু মাতৃৰ সৈতে বিশ্ববিদ্যালয়ৰ পুৰণি কেম্পাচত থাকে আৰু পুত্ৰ লক্ষ্যজ্যোতিৰ সৈতে কেম্পাচৰ চুবুৰীয়াৰ জন্ম দিনৰ এক উৎসৱত অংশগ্ৰহণ কৰিছিল।

জন্মদিনৰ উৎসৱ আয়োজন কৰা কুমুদ চন্দ্ৰ বৰগোহাঁইৰ ছজনীয়া পৰিয়ালটোক ইতিমধ্যে জিলা প্ৰশাসনে কোৱাৰেন্টাইন কৰিছে।

ইফালে বিশ্ববিদ্যালয়ৰ কতৃপক্ষই ক’ৰ’নাতংকৰ বাবে বিশ্ববিদ্যালয়ৰ একাডেমিক কাৰ্যসূচীও বাতিল কৰিছে।

লক্ষ্যজ্যোতিৰ পত্নীৰ ভাতৃয়ো অসম কৃষি বিশ্ববিদ্যালয়স্থিত পুৰণি কেম্পাচৰ কমিউনিটি ছায়েন্স কলেজত কৰ্মৰত।

লক্ষ্যজ্যোতি বৰদলৈয়ে যোৱা ১৬ মে’ত ডিফুৰ পৰা নিজ গৃহলৈ উভতি আহি জ্বৰত আক্ৰান্ত হোৱাত জেএমচিএইচত চিকিৎসা কৰা হৈছিল আৰু তেওঁক স্বাস্থ্য বিভাগে কোৱাৰেন্টাইনত থাকিবলৈ পৰমাৰ্শ প্ৰদান কৰিছিল।

কিন্তু যুৱকজনে এই পৰামৰ্শ পালন নকৰি জন্ম দিনৰ উৎসৱৰ লগতে বিয়া সবাহতো অংশগ্ৰহণ কৰি ফুৰিছিল।

আনকি যুৱকজনে চিনামৰা অঞ্চলৰ মানুহ এঘৰত এটা ৰাতি কটাই আহিছিল বুলিও জানিব পৰা গৈছে।

জিলা প্ৰশাসনে ইতিমধ্যে উক্ত পৰিয়ালটোকো কোৱাৰেন্টাইন কৰিছে।

Tags: COVID-19

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd