DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’ণাতংকই সলনি কৰিছে চিনেমা চোৱাৰো ধৰণ…নাওত উঠি চাওঁ আহক চিনেমা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 1:31 pm
Floating-Movie-Theater
5.5k
VIEWS
Share on FacebookShare on Twitter

বহু কথাই সলনি কৰি পেলাইছে ক’ৰ’ণা ভাইৰাছে। মানুহৰ খোৱা-বোৱা, চলন-ফুৰণ সকলো কথাই যেন এতিয়া নিয়ন্ত্ৰণ কৰিছে এই অদৃশ্য ভাইৰাছ বিধে।

হোটেলে-ৰেষ্টুৰেন্টে সকলোৱে একেলগে  বহি খোৱাৰ দিন এতিয়া উকলিল , বাটে-পথে এজনে-সিজনক লগ পোৱাৰ পিছত কৰমৰ্দন কৰাৰ দিন উকলিল।

মুঠৰ ওপৰত বহু কথাতেই আমি এতিয়া সংযত হবলগীয়া হৈছে।

ক’ৰ’ণা ভাইৰাছে বহুতৰে চিনেমা চোৱাৰ ধৰণো সলাই পেলাইছে। ফ্ৰান্সৰ দৰে দেশত বহু লোকে একেলগে চিনেমা হলত বহি চিনেমা চোৱাৰ সলনি সৰু সৰু নাৱত উঠি চিনেমা চোৱাৰ বাবেহে সাজু হৈছে।

ফ্ৰান্সত এনেদৰে চোৱা চিনেমাৰ অনুষ্ঠানৰ নাম দিয়া হৈছে ফ্ল’টিং থিয়েটাৰ।

১৮ জুলাইত ফ্ৰান্সৰ ছিয়েন নদীৰ বুকুত ফ্ৰথম বাৰৰ বাবে নাৱত উঠি মানুহে চিনেমা উপভোগ কৰিব।

ফ্ল’টিং থিয়েটাৰৰ আৰঁত ক্ৰিয়া কৰা প্ৰধান উদ্দেশ্যটো হৈছে সামাজিক দূৰত্ব বজাই ৰখা। ১৮ জুলাইত ছিয়েন নদীত হ’বলগীয়া ফ্ল’টিং থিয়েটাৰৰ বাবে ১৫ জুলাই পৰ্যন্ত মানুহে টিকট সংগ্ৰহ কৰিব পাৰিব।

সেই দিনা ফ্ল’টিং থিয়েটাৰত প্ৰদৰ্শন কৰা হ’ব প্ৰখ্যাত চিত্ৰ পৰিচালক গিলছ লেলচেৰ ২০০৮ চনত মুক্তি পোৱা ছবি  লা গ্ৰেণ্ড বেইন।

হাস্য ৰসেৰে পৰিপূৰ্ণ ছবি খন প্ৰদৰ্শনেৰেই ফ্ৰান্সত আৰম্ভ হ’ব চিনেমা উপভোগ কৰাৰ এক নতুন ধাৰা।

কোনে কব পাৰে হয়তো এদিন আমাৰ ৰাজ্যতো নাৱত উপঙি চিনেমা চোৱাৰ দিন নাহিব বুলি!

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd