• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাৰ্লে-জি বিস্কুট নোহোৱা হৈ যাব নেকি! চাকৰি যাবলৈ ওলাইছে পাৰ্লে-জি বিস্কুট বনোৱা ১০,০০০ কৰ্মচাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2019 3:51 pm
Biscuit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাঁৱৰ স্কুললৈ যোৱা ছাত্ৰ-ছাত্ৰী তথা ঘৰত চাহৰ লগত খাবৰ বাবে আজিও শিশুৰ বাবে প্ৰথম পচন্দ পাৰ্লে-জি বিস্কুট।

চহৰতো পাৰ্লে-জি বিস্কুটৰ গ্ৰাহক কম নহয় । কিন্তু পাৰ্লে-জি বিস্কুট নিৰ্মাতা প্ৰতিষ্ঠান পাৰ্লে বৰ্তমান আৰ্থিক সংকটৰ কবলত পৰিছে।

Apply Now

জানিব পৰা মতে, বিক্ৰী হ্ৰাস পোৱাৰ বাবে পাৰ্লে কোম্পানীয়ে ইয়াৰ লগত জড়িত ৮,০০০-১০,০০০ লোকক কামৰ পৰা অব্যাহতি দিয়াৰ সম্ভাৱনা আছে।

ইংৰাজী বাতৰি কাকত ইকোনোমিক টাইমছত প্ৰকাশিত বাতৰি অনুসৰি প্ৰতিষ্ঠানটোৱে প্ৰতি কিলোগ্ৰামত ১০০ টকাতকৈ কম মূল্যৰ বিস্কুটৰ ক্ষেত্ৰত চৰকাৰক জি এছ টি হ্ৰাস কৰাৰ বাবে দাবী জনাইছে।

যদিহে, চৰকাৰে প্ৰতিষ্ঠানটোৰ দাবী মানি নলয় তেতিয়া হ’লে তেওঁলোকে প্ৰতিষ্ঠানটোত কাম কৰি থকা ৮,০০০-১০,০০০ লোকক কামৰ পৰা অব্যাহতি দিবলগীয়া হ’ব পাৰে।

উৎস-ইণ্টাৰনেট

বিক্ৰী হ্ৰাস পোৱা বাবে প্ৰতিষ্ঠানটোৱে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখিন হ’বলগীয়াত পৰিছে।

আনহাতে, বজাৰত পাৰ্লে-জি বিস্কুট সাধাৰণতে ৫ টকা অথবা ইয়াতকৈও কম মূল্যত বিক্ৰী হৈ আছে।

আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে, পাৰ্লে প্ৰ’ডাক্টৰ বিক্ৰী ১০,০০০ কোটি টকাতকৈও অধিক।

সমগ্ৰ দেশৰ দহটা স্থানত প্ৰতিষ্ঠানটোত প্ৰায় ১ লাখ কৰ্মচাৰীয়ে কাম কৰাৰ লগতে প্ৰতিষ্ঠানটোৱে তৃতীয় পক্ষৰ নিৰ্মাতা গোটকো পৰিচালনা কৰে।

প্ৰতিষ্ঠানটোৰ বিক্ৰীৰ আধাতকৈও বেছি অংশ গাঁৱৰ পৰা অহা।

প্ৰকৃত কাৰণ কি?:

মিদিয়া ৰিপোৰ্ট অনুসৰি জি এছ টি জাৰি কৰাৰ পূৰ্বে প্ৰতি কিলোত ১০০ টকাত কৈ কম দামত বিক্ৰী হোৱা বিস্কুটত ১২ শতাংশ টেক্স দিবলগীয়া হৈছিল।

যাৰবাবে, প্ৰতিষ্ঠানটোৱে জি এছ টি লাঘু হোৱাৰ পাছত ইয়াৰ টেক্স ৫ শতাংশলৈ হ্ৰাস পাব বুলি আশা কৰিছিল কিন্তু জি এছ টি লাঘু হোৱাৰ পাছত সকলোবোৰ বিস্কুটত টেক্স ১৮ শতাংশলৈ বৃদ্ধিহে পায়।

টেক্স বৃদ্ধি পোৱাৰ বাবে প্ৰতিষ্ঠানৰ উৎপাদন মূল্য বৃদ্ধি পাই যাৰ বাবে দাম বৃদ্ধি কৰাৰ বাহিৰে প্ৰতিষ্ঠানটোৰ হাতত আৰু অন্য উপায় নাছিল।

আকৌ দাম বৃদ্ধি কৰাৰ বাবে বিস্কুটৰ বিক্ৰী হ্ৰাস পাবলৈ ধৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd