• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2021 10:36 am

1 min read

Facebook-Twitter-1024x512

প্ৰতিনিধিত্বমূলক ফটো।

201
VIEWS
Share on FacebookShare on Twitter

পুনৰ শলঠেকত পৰিছে দুই ছচিয়েল মিডিয়া সংস্থা ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষ। সংস্থা দুটাক এইবাৰ তলব কৰিছে তথ্য প্ৰযুক্তি বিষয়ক কেন্দ্ৰীয় সংসদীয় কমিটিয়ে (পাৰ্লিয়ামেন্টেৰী ষ্টেণ্ডিং কমিটি)।

অহা ২১ জানুৱাৰিত সংস্থা দুটাৰ বিষয়াক কমিটিৰ সন্মুখত উপস্থিতি হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বিগত কেইবছৰ ধৰি ভাৰতত ছচিয়েল মিডিয়াৰ ব্যৱহাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে। কৰ’নাৰ লকডাউনৰ পাছত ইয়াৰ ব্যৱহাৰ আৰু বৃদ্ধি পাইছে।

কিন্তু ইয়াৰ লগে লগে চাইবাৰ অপৰাধাৰ মাত্ৰাও বৃদ্ধি পাইছে।

সেইদৰে, ব্যৱহাৰকাৰীসকলৰ ব্যক্তিগত তথ্যও সুৰক্ষিত নহয় বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভতে ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষক তথ্য প্ৰযুক্তি বিষয়ক কেন্দ্ৰীয় সংসদীয় কমিটিয়ে চমন জাৰি কৰি মাতি পঠিয়াইছে।

ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰাআৰু ব্যৱহাৰকাৰীসকলৰ তথ্য সুৰক্ষিত কৰাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া জানিবলৈকে মূখ্যত: সংস্থা দুটাৰ বিষয়াসকলক তলব কৰা হৈছে।

ইয়াৰ পূৰ্বে যোৱা বছৰ অক্টোবৰ মাহতো ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰখাৰ প্ৰসংগত ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষক তলব কৰা হৈছিল।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd