• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ সৈতে ঘনিষ্ঠতা বিতৰ্কত এইবাৰ Facebook কৰ্তৃপক্ষক সংসদীয় সমিতিৰ জৰুৰী তলব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 21, 2020 6:49 am

1 min read

PNB-1-750x375

ফেচবুক ইণ্ডিয়াৰ কাৰ্যৱাহী অখি দাস।

1.2k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্কীয় বিতৰ্কত Facebook কৰ্তৃপক্ষক জৰুৰীভাৱে হাজিৰ হোৱাৰ নিৰ্দেশ দিছে সংসদীয় সমিতিয়ে।

জাননী প্ৰেৰণ কৰি অহা ২ছেপ্টেম্বৰত Facebook কৰ্তৃপক্ষক সমিতিৰ আগত উপস্থিত থাকিবলৈ কোৱা  হৈছে।

তদুপৰি, একেসময়তে জাননী যোগে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ বিষয়াসকলকো উপস্থিত থাকিবলৈ কোৱা হৈছে।

যোৱা কিছুদিন ধৰি চলি থকা বিতৰ্কৰ বাবেই সংসদীয় সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

বিগত কেইদিন ধৰি Facebook ইণ্ডিয়াৰ কামকাজক সৈ ৰাষ্ট্ৰীয় ৰাজনীতি উত্তপ্ত হৈ পৰিছে।

ভাৰতত বিজেপিক কিয় বিশেষ সুবিধা দিয়া হৈছে বা বিভাজনমূলক মন্তব্য বিয়পাবলৈ দিয়া হৈছে তাক লৈ কংগ্ৰেছকে ধৰি বিৰোধীয়ে তদন্তৰ দাবী জনাইছিল।

কংগ্ৰেছে মাৰ্ক জুকাৰবাৰ্গলৈ তিনি পৃষ্ঠা জোৰা এখন পত্ৰও প্ৰেৰণ কৰে। তাত কোৱা হৈছে যে আমেৰিকাৰ বাতৰিকাকতত Facebookৰ ভাৰতীয় শাখাৰ বিৰুদ্ধে বিজেপিৰ প্ৰতি পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হৈছে। সেয়েহে, জুকাৰবাৰ্গক ইয়াৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ পাছতে তথ্য প্ৰযুক্তি বিষয়ক সংসদীয় সমিতিৰ অধ্যক্ষ শশী থাৰুৰে  Facebookৰ ভাৰতীয় শাখাক উত্তৰ দিবলৈ জৰুৰীভাৱে তলব কৰিছে।

Recent News

IMG_20210420_153103

তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ; কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd