• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনিশ্চয়তাত সংসদৰ বৰ্ষাকালীন অধিবেশন! : অনুষ্ঠিত হ’ব নে চলিত বৰ্ষৰ বৰ্ষাকালীন অধিবেশন?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2020 2:31 pm
image
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাতংকৰ বাবে চলিত বৰ্ষৰ সংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত কৰাত পলম হ’ব।

চৰকাৰী সূত্ৰই কয় যে চলিত বৰ্ষৰ সংসদৰ বৰ্ষাকালীন অধিবেশন আগষ্টৰ শেষৰ ফালে অথবা ছেপ্টেম্বৰৰ প্রথম ফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

Apply Now

উল্লেখ্য যে, সাধাৰণতে জুলাইৰ শেহৰ ফালে সংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হয়।

কিন্তু দেশত ক’ৰ’নাতংক অব্যাহত থকাৰ বাবে এইবাৰ সংসদৰ বৰ্ষাকালীন অধিবেশন পূৰ্বৰ দৰে জুলাইৰ শেহৰ ফালে অনুষ্ঠিত কৰাতো সম্ভৱ নহ’ব।

সংসদীয় সূত্ৰৰ খবৰ মতে বিজ্ঞান ভৱনৰ অথবা চেন্ট্ৰেল হলত এদিন ৰাজ্য সভা আৰু আন দিনা লোকসভাৰ অধিবেশন সলনা সলনিকৈ অনুষ্ঠিত কৰিব পাৰি নেকি চিন্তা কৰা হৈছিল যদিও তাৰ সম্ভাৱনা উজ্বল নহয়।

ইফালে ৰাজনৈতিক সূত্ৰৰ মতে চৰকাৰৰ হাতত এনে কোনো জৰুৰী অথবা অত্যাৱশ্যকীয় বিল বা অৰ্ডিনেন্স গৃহীত কৰিবলগীয়া নাই। সেয়ে চৰকাৰী ফালৰ পৰা সংসদৰ অধিবেশন অধিক জৰুৰী বুলিও বিবেচিত হোৱা নাই।

কিন্তু বিৰোধী পক্ষই কিছু সদস্যৰ উপস্থিতিৰে সংসদৰ অধিবেশন অনুষ্ঠিত কৰাতো বিচাৰিছে।

ৰাজধানীৰ বাহিৰত থকা সদস্যসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে অধিবেশনত যোগ দিব পাৰে বুলিও মত প্ৰকাশ কৰিছে বিৰোধী পক্ষই।

বিৰোধীৰ মতে বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত নোহোৱাতো চৰকাৰৰ পক্ষে লাভজনকহে হৈছে।

অধিবেশন অনুষ্ঠিত হ’লে লাডাখ সীমান্তত ভাৰতৰ ভূমি চীন দখল কৰাক লৈ বিৰোধীয়ে তোলা প্ৰশ্নবোৰৰ উত্তৰ সংসদত চৰকাৰে দিবলৈ বাধ্য হ’ব চৰকাৰ।

প্ৰণিধানযোগ্য যে চীন-ভাৰত সংঘাতৰ সম্পৰ্কত চৰকাৰে অদ্যপি স্পষ্টভাৱে কোনো স্থিতি প্ৰকাশ কৰা নাই।

সংবিধান অনুযায়ী ৬ মাহৰ মূৰে মূৰে সংদৰৰ দুয়ো সদৰ অধিবেশন অনুষ্ঠিত হ’ব লাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd