• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উন্মোচন হ’ল প্ৰয়াত পাৰ্থ বিজয় দত্তৰ গল্প সংকলন ‘দূৰৈৰ ঘণ্টাধ্বনি’

NE NOW NEWS এন ই নাও নিউজ, পাৰ্শ্বজ্যোতি গগৈ
গুৱাহাটী , March 10, 2019 6:55 pm

1 min read

উন্মোচন হ’ল প্ৰয়াত পাৰ্থ বিজয় দত্তৰ গল্প সংকলন ‘দূৰৈৰ ঘণ্টাধ্বনি’

গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ দৃশ্য। ফটো ফেচবুকৰ পৰা সংগৃহীত

277
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী মহানগৰীৰ ‘দ্য ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া’ৰ অডিটৰিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত সদ্য প্ৰয়াত গল্পকাৰ আৰক্ষী বিষয়া পাৰ্থবিজয় দত্তৰ গল্প সংকলন ‘দূৰৈৰ ঘণ্টাধ্বনি’ উন্মোচন কৰা হয়।

উক্ত উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি দত্তৰ গল্প আৰু ব্যক্তিত্বৰ ওপৰত বক্তব্য আগবঢ়ায়।

কৰ্কট ৰোগত আক্ৰান্ত হৈ যোৱা ৭ ফেব্ৰুৱাৰিত মাথোঁ ৩৮ বছৰ বয়সতে মৃত্যুক আঁকোৱালি লোৱা পাৰ্থ বিজয় দত্তৰ পত্নী স্বাতী দত্ত আৰু তেওঁৰ বন্ধু-বান্ধৱৰ প্ৰচেষ্টাত ‘দূৰৈৰ ঘণ্টাধ্বনি’ গল্প সংকলনখন প্ৰকাশ কৰি তোলা হৈছে।

যোৰহাট জিলাৰ তিতাবৰত জন্মগ্ৰহণ কৰা এগৰাকী সম্ভাৱনাপূৰ্ণ অসমীয়া গল্পকাৰ তথা আৰক্ষী বিষয়া পাৰ্থ বিজয় দত্তই কেইবাখনো গল্প পুথি লিখি থৈ গৈছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল ‘খান্দাহাৰ’(২০১৫), ‘চেৰী ফুলৰ বতৰ আৰু এটা সাধু’(২০১৬) আৰু ‘দূৰৈৰ ঘন্টা ধ্বনি’(২০১৯)। তদুপৰি, তেওঁ কিছু দিক্দৰ্শী কবিতা তথা প্ৰৱন্ধও লিখি থৈ গৈছে।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd