• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৬ ডিচেম্বৰত বলয়গ্ৰাস সূৰ্য্যগ্ৰহণ; অসমৰ পৰাও দেখা যাব এই গ্ৰহণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2019 2:06 pm

1 min read

২৬ ডিচেম্বৰত বলয়গ্ৰাস সূৰ্য্যগ্ৰহণ; অসমৰ পৰাও দেখা যাব এই গ্ৰহণ

ফটো : তপন কুমাৰ শৰ্মাৰ ফেইচবুক টাইমলাইন।

998
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অৰ্থাৎ ২৬ ডিচেম্বৰত বলয়গ্ৰাস সূৰ্য্যগ্ৰহণ সম্পন্ন হ’ব আৰু অসমৰ পৰাও এই গ্ৰহণ আংশিক ৰূপত দেখা যাব।

জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, ভাৰতৰ দক্ষিণ অংশৰ পৰা এই গ্ৰহণ অধিক ভালকৈ দেখা পাব। কেৰালা, কৰ্ণাটক আৰু তামিল নাডুৰ আকাশত ইয়াক চন্দ্ৰটোৰ চাৰিওফালে উজ্জ্বল হৈ উঠা এটা আঙুঠিৰ দৰে দেখা পোৱা যাব।

এইবোৰ অঞ্চলত গ্ৰহণ পুৱা ৮.০৪ বজাত আৰম্ভ হ’ব, যিসময়ত চন্দ্ৰটোৱে সূৰ্য্যৰ দাঁতি স্পৰ্শ কৰিব। পূৰ্ণগ্ৰহণ দেখা যাব পুৱা ৯.২৬ বজাত। গ্ৰহণ শেষ হ’ব ১১.০৫ বজাত।

অসমৰ আকাশতো সূৰ্য্যটো প্ৰায় ৪০% ঢাক খোৱা দেখা যাব আৰু ৮ বাজি ৩৯ মিনিটত আৰম্ভ হৈ ১০-০২ বজাত সৰ্বোচ গ্ৰহণৰ পিছত ১১-৩৬ বজাত গ্ৰহণ ভাগিব৷

জ্যোতিৰ্বিজ্ঞানীসকলে চকুত ফিল্টাৰ লৈ এই গ্ৰহণ চোৱাটো নিৰাপদ বুলি মত আগ বঢ়াইছে।

চন্দ্ৰই ইয়াৰ গতিপথত আগুৱাই যাওঁতে পৃথিৱী আৰু সূৰ্য্যৰ মাজত অৱস্থান ল’লে সূৰ্য্য গ্ৰহণ সম্পন্ন হয়। চন্দ্ৰৰ পৰা আঁৰ হৈ পৰা বাবে পৃথিৱীৰ পৰা সূৰ্য্যটো দেখা নোপোৱা হয়। এইটো এটা বাৰ্ষিক মহাজাগতিক ঘটনা। বছৰত কেতিয়াবা দুটা আৰু সৰ্বাধিক ৫টা এনে গ্ৰহণ হ’ব পাৰে বুলি নাছাৰ তথ্যত প্ৰকাশ

চৌদি আৰব, কাটাৰ, য়ুনাইটেড আৰব এমিৰেটছ, ওমান, শ্ৰীলংকা, মালয়েছিয়া, ইণ্ডোনেছিয়া, উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জ আৰু গুৱামৰ পৰাও এই গ্ৰহণ দেখা যাব বুলি জ্যোতিৰ্বিজ্ঞানীসকলে জানিবলৈ দিছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd