• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিমানত মহিলা কৰ্মচাৰী আৰু যাত্ৰীৰ ফটো তোলাৰ চেষ্টা! মহিলা আয়োগে জাৰি কৰিলে জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2023 8:19 pm
Passenger Clicks Obscene Photos On Flight
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰন্ত বিমানত এইবাৰ সংঘটিত হৈছি যৌন অপৰাধৰ ঘটনা। বিমানৰ বিতৰত এগৰাকী যাত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। গোপনে এগৰাকী মহিলা কৰ্মচাৰী আৰু এগৰাকী মহিলা যাত্ৰীৰ ফটো তোলাৰ অভিযোগ উত্থাপন হৈছে যাত্ৰীগৰাকীৰ বিৰুদ্ধে।

সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে দিল্লী মহিলা আয়োগে যৌন নিৰ্যাতনৰ অভিযোগেৰে জাননী জাৰি কৰিছে। আয়োগৰ মুৰব্বী স্বাতী মালিৱালে এক টুইট যোগে এই বিষয়ে সদৰী কৰিছে।

Apply Now

শ্বাতী মালিৱালে টুইটটোত উল্লেখ কৰা মতে, দিল্লী আৰক্ষী আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়লৈ এই জাননী জাৰি কৰা হৈছে। যোৱা বুধবাৰে দিল্লীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ এখন বিমানত এই কাণ্ড সংঘটিত হৈছিল।

আয়োগে জাননীখনৰ জৰিয়তে দিল্লী আৰক্ষীৰ পৰা এই বিষয়ত পঞ্জীয়ন হোৱা এফআইআৰৰ প্ৰতিলিপি, ধৃত অভিযুক্তৰ সবিশেষ পৰিচয় আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন বিচাৰিছে।

লগতে যদি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই, তেতিয়াহ’লে কি কাৰণত দিল্লী আৰক্ষীয়ে তেনে পদক্ষেপ গ্ৰহণ কৰা নাই তাৰ কাৰণ দাঙি ধৰিবলৈও নিৰ্দেশনা দিছে দিল্লী মহিলা আয়োগে।

আনহাতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়কো দিল্লী মহিলা আয়োগে জাননীখনৰ জৰিয়তে অভিযুক্ত যাত্ৰীগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ সবিশেষ তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

তদুপৰি কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ অধীনত আভ্যন্তৰীণ অভিযোগ সমিতিৰ ওচৰত বা আন কোনো কমিটীৰ ওচৰত এই ঘটনা অৱগত কৰা হৈছে নে তাৰ তথ্য বিচাৰিছে আয়োগে।

যদি তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, তাৰ এই কাৰণ উল্লেখ কৰিবলৈও আয়োগে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক নিৰ্দেশ দিছে। আৰক্ষী আৰু বিমান নিয়ন্ত্ৰক সংস্থাটোক অহা ২৩ আগষ্টৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd