• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰত পুনৰ অঘটন! ফেৰিৰ পৰা নদীৰ বুকুলৈ জাঁপ যুৱকৰ; ভিক্ষাৰীক দি গ’ল অন্তিমটো দান

তিনিটাকৈ লাইফ জাকেট দলিয়াই উঠি অহাত সহায় কৰিব খুজিছিল ফেৰি-কৰ্মীয়ে; ইচ্ছা নকৰিলে যাত্ৰীজনে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2019 7:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ পৰা উত্তৰ পাৰৰ ৰজা দুৱাৰ ঘাটলৈ যোৱা আৰ পি এল বুঢ়াদিয়া নামৰ ফেৰিখনৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত হঠাতে এজন যাত্ৰীয়ে জঁপিয়াই দিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰিখনত এই দুৰ্ঘটনাটো ঘটিছে আজি বিয়লি প্ৰায় ৩ বজাত। যাত্ৰীজন ২৫-২৬ বছৰীয়া যুৱক বুলি প্ৰত্যক্ষদৰ্শী সহযাত্ৰীসকলে জানিবলৈ দিছে।

Apply Now

এই পৰ্য্যন্ত নাম-ধাম একো উদ্ধাৰ সম্ভৱ নোহোৱা যুৱকজনক বিচাৰি এতিয়াও অভিযান অব্যাহত ৰখা ৰাজ্যিক দুৰ্য্যোগ সঁহাৰি বাহিনী সফল হ’ব পৰা নাই।

ঘটনাটো সন্দৰ্ভত ফেৰিখনৰ মাষ্টাৰ সোমেশ্বৰ শইকীয়াৰ ভাষ্যৰ ভিত্তিত গুৱাহাটী ৰজা দুৱাৰ ঘাটটোৰ শাখা বিষয়া মুকুল দাসে পাণ্ডুৰ ৰিভাৰ আৰক্ষীক এখন এজাহাৰ দিছে।

একাংশ যাত্ৰীৰ ভাষ্যমতে, যুৱকজনে জাঁপ দিয়াৰ আগতে এজন ভিক্ষাৰীক ১০০ টকা ভিক্ষা দিছিল।

Ferry pessanger jumped
ফেৰিৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়া যাত্ৰীজনৰ অন্তিম দান ১০০ টকাটো হাতত লৈ ভিক্ষাৰীজন।

আনহাতে যুৱকজনৰ অন্তিম দান হিচাপে ১০০ টকা ভিক্ষা পোৱা দুৰ্ভগীয়া ভিক্ষাৰীজনে (যিজন এজন অন্যভাৱে সক্ষম লোক) জনায় যে তেওঁ মানুহজনক “দাদা কিবা এটা দিয়ক” বুলি কোৱাৰ লগে লগে ১০০ টকীয়া নোটখন পকেটৰ পৰা উলিয়াই হাতত দিছিল। তাৰ পিছতে পিছলৈ ঘূৰি দুখোজ গৈয়ে ব্ৰহ্মপুত্ৰৰ বুকুলৈ জাঁপ মাৰি দিয়ে।

ভিক্ষাৰীজনৰ ভাষ্যৰ পৰা জানিব পৰা গৈছে, চৰম সিদ্ধান্তটো লোৱাৰ প্ৰাকমুহূৰ্তত যুৱকজনে জীৱনৰ শেষটো চিগাৰেট খাই আছিল।

“মই কিবা এটা খোজাৰ সময়ত মানুহজনে এটা চিগাৰেট হুঁপি আছিল”, ভিক্ষাৰীজনে কয়।

ফেৰিখনৰ কৰ্মচাৰীসকলে তিনিটাকৈ লাইফ জাকেট দলিয়াই তেওঁক উঠি অহাৰ বাবে সহায় কৰিব খুজিছিল। সেই ইচ্ছা তেওঁ নকৰিলে।

“আমি তিনিটা লাইফ জাকেট দলিয়ালো। তেওঁ নধৰিলে। কিছু দূৰ ভাহি যোৱাত আমি জাহাজখন ঘূৰালো। কিন্তু জাহাজখন লাগি ধৰিল।”, ফেৰিখনৰ কৰ্মচাৰী এজনৰ মন্তব্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am
N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd