• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলন্ত বাছত গ্ৰাহকক ডকাইতি দুৰ্বৃত্তৰ: তিনিও অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2022 6:44 am
Passengers Robbed In Moving Bus

প্ৰতিনিধিত্বমূলক ছবি

130
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী চহৰ দিল্লীতে নিৰাপত্তাহীন হৈ পৰিছে সাধাৰণ জনতা। শুকুৰবাৰে পূব দিল্লীৰ কল্যাণপুৰী অঞ্চলত সংঘটিত হোৱা এক ডকাইতি কাণ্ডই পুনৰবাৰ দিল্লীৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত কল্যাণপুৰী অঞ্চলত এখন চলন্ত বাছতে গ্ৰাহকক লুটি নিয়ে তিনি ডকাইতে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাছখন ২১ ব্লক কল্যাণপুৰীৰ ওচৰত উপস্থিত হোৱাৰ সময়ত হাতত ছুৰীসহ তিনিগৰাকী ব্যক্তি বাছখনত উঠে।

তাৰ পিছতে তিনিও দুৰ্বৃত্তই বাছত থকা যাত্ৰীসকলক ভাবুকি দি-ভীতিগ্ৰস্ত কৰি কেইবাগৰাকীও যাত্ৰীৰ পৰা মোবাইল ফোন, পাৰ্চ, বেগ আদি লুটি নিয়ে।

ডকাইতিৰ পিছত তেওঁলোকে সেই বাছখনৰ পৰা নামি আন এখন বাছত উঠি পলায়ন কৰে। ইফালে প্ৰায় ৭ বজাত ডকাইতি কাণ্ডৰ বিষয়ে অৱগত হয় স্থানীয় আৰক্ষী।

লগে লগে আৰক্ষীয়ে কাৰিকৰী কৌশলৰ সহায়ত লাল বাহাদুৰ শাস্ত্ৰী চিকিৎসালয়ৰ কাষত দুৰ্বৃত্ত কেইগৰাকীয়ে পলায়ন কৰা বাছখনৰ অৱস্থান ধৰা পেলায় আৰু তিনিওকে গ্ৰেপ্তাৰ কৰে।

ধৃত তিনি দুৰ্বৃত্তক ২৮ বৰ্ষীয় প্ৰদীপ, ২৩ বৰ্ষীয় সুগম আৰু ২৩ বৰ্ষীয় অভিষেক বুলি চিনাক্ত কৰা হৈছে।

তিনিও দুৰ্বৃত্তৰ পৰা তিনিখন ছুৰী জব্দ কৰাৰ লগতে মোবাইল ফোন, নগদ ধন, পাৰ্চ আৰু অন্যান্য লুণ্ঠন কৰা সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

পূৰ্বেও ধৃত প্ৰদীপ ডকাইতি, চুৰি আৰু অস্ত্ৰ আইনৰ ১৬ টা গোচৰত আৰু সুগম ডকাইতি, চুৰি আৰু অস্ত্ৰ আইনৰ ৪ টা গোচৰত জড়িত থকাৰ বিপৰীতে অভিষেক ৬ টা গোচৰত জড়িত থকাৰ অভিযোগ আছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd