DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মুক্তিৰ পূৰ্বেই দুষ্টচক্ৰই অনলাইনত ভাইৰেল কৰিলে ‘পাঠান’‎

সূত্ৰ অনুসৰি এই ছবিখন মুক্তিৰ চাৰি ঘণ্টা পূৰ্বে ‘ফিল্মী জিলা’, ‘অনলাইন মুভি ৱাচ’, ‘তামিল ৰকাৰছ’ আদি অনলাইন চাইটত প্ৰচাৰ কৰা হৈছে। মুক্তিৰ পিছত ছবিখনৰ ‘চিনেমা হল প্ৰিন্ট’ও উপলব্ধি হ’ল ‘টৰেণ্ট’ত ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 11:46 am
130
VIEWS
Share on FacebookShare on Twitter

মনোৰঞ্জনৰ জগতখনত ২০২৩ বৰ্ষৰ আৰম্ভণি হৈছিল ‘পাঠান’নামৰ চিনেমাখনেৰে। নতুন ছবিৰ বাবে চাৰি বছৰ ধৰি অপেক্ষা কৰি আছিল শ্বাহৰুখ খানৰ অনুৰাগীয়ে। অৱশেষত দিনটো আহি পালেহি। আজি মুকলি কৰি দিয়া হৈছে পাঠান। পুৱা ৬ বজাৰ পৰা চিনেমা হলৰ বাহিৰত ভিৰ। দেশৰ প্ৰায় সকলো ডাঙৰ চহৰৰ পৰিৱেশ একেধৰণৰ।

ছবিখনক লৈ কোটি কোটি টকাৰ উপাৰ্জনৰ সপোনত এতিয়া চেঁচাপানী ঢালিলে দুষ্ট চক্ৰই। মুক্তিৰ পূৰ্বেই অনলাইনত ভাইৰেল কৰিলে বহু বিতৰ্কিত ছবিখন।  

সূত্ৰ অনুসৰি এই ছবিখন মুক্তিৰ চাৰি ঘণ্টা পূৰ্বে ‘ফিল্মী জিলা’, ‘অনলাইন মুভি ৱাচ’, ‘তামিল ৰকাৰছ’ আদি অনলাইন চাইটত প্ৰচাৰ কৰা হৈছে। মুক্তিৰ পিছত ছবিখনৰ ‘চিনেমা হল প্ৰিন্ট’ও উপলব্ধি হ’ল ‘টৰেণ্ট’ত ।

শ্বাহৰুখ খানকে ধৰি চিনেমাখনৰ পৰিচালকে বাৰে বাৰে এনে কাম নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো কোন দুষ্টচক্ৰই এই কাম কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই । কিন্তু এইদৰে অনলাইনত উপলব্ধ হোৱাৰ ঘটনাই যে চিনেমাখনৰ বাণিজ্যিক দিশত প্ৰভাৱ পেলাব সি ধূৰূপ।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd