• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোচনীয় পথ; ঘোৰা গাড়ীত উঠি মাজুলীৰ চিকিৎসালয়লৈ আহিল প্ৰসূতি

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , October 20, 2019 10:18 am

1 min read

শোচনীয় পথ; ঘোৰা গাড়ীত উঠি মাজুলীৰ চিকিৎসালয়লৈ আহিল প্ৰসূতি
15k
VIEWS
Share on FacebookShare on Twitter

পথ-যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অৱহেলিত হৈ অহা মাজুলীৰ দক্ষিণ আহতগুৰি ৰাইজে যাতায়াতৰ বাবে জীয়াতু ভোগ কৰি আহিবলগা হৈছে।

আজি ভেকেলি চাপৰিৰ মধুস্মিতা মিলি পেগু নামৰ এগৰাকী প্ৰসূতিক ঘোৰা গাড়ীত উঠাই দুজন মানুহে টানি টানি আঠ কি. মি. পথ তাৰ পিছত নাৱেৰে দূৰৰ চিকিৎসালয়লৈ আনিবলগা হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজক ক্ষোভিত কৰি তুলিছে।

উল্লেখযোগ্য যে আহতগুৰি ভেকেলি চাপৰিৰ অঞ্চলটো শিক্ষা, চিকিৎসা, ব্যৱসায় বাণিজ্যকে ধৰি প্ৰায় সকলো ক্ষেত্ৰত অঞ্চলটোৰ লোকসকল বছৰ বছৰ ধৰি সন্মুখীন হৈ আহিছে অভাৱনীয় সমস্যাৰ।

তাৰোপৰি যাতায়াত ব্যৱস্থাৰ কদৰ্যময় ৰূপটোৰ বাবে অঞ্চলটোৰ ৰোগী সকল চিকিৎসালয়লৈ অহাৰ সময়ত নানান হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।

একবিংশ শতিকাৰ আধুনিক যোগাযোগ ব্যৱস্থাৰ সময়ত ঘোৰা গাড়ীত তুলি কলবাৰী ৰাজ্যিক চিকিৎসালয়লৈ অনা দৃশ্যই সভ্য সমাজক লজ্জিত কৰি তুলিছে। যোগাযোগ ব্যৱস্থাৰ নামত নৰক যন্ত্ৰণা।

বহু সময়ত পথৰ শোচনীয় অৱস্থাৰ বাবে সংঘটিত হৈছে কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা। আনহাতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে স্থানীয় ৰাইজে চৰকাৰক দাবী জনাই অহাৰ পাছতো বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

Recent News

Sogun Final

ধলাত বিষাক্ত মৰাশ ভক্ষণ কৰি ২৩ টাকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ শগুণৰ মৃত্যু; ১২ টাৰ অৱস্থা সংকটজনক

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

a imran

অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd