• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহনগৰীৰ চিকিৎসালয়ত ৰোগীক ১ ঘণ্টা ধৰি CT Scan মেছিনত সুমুৱাই ৰাখিলে সুৰাসক্ত অপাৰেটৰে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2019 4:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নিশা মহানগৰীৰ এজাইল হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মহানগৰীৰ বেলতলাস্থিত ব্যক্তিগত চিকিৎসালয়খনত ৰোগীৰ জীৱনক লৈ চৰম হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনা অনুসৰি ৯ ছেপ্টেম্বৰৰ নিশা হাস্পতালখনৰ CT Scan কোঠাত বিশ্বনাথ চাৰিআলিৰ চিতেশ্বৰ বৰুৱা নামৰ ৰোগীজনক মেছিনৰ ভিতৰতে ৰাখি মেছিন বন্ধ কৰি উধাও হ’ল এগৰাকী অপাৰেটৰ।

Apply Now

যাৰ ফলত এঘন্টা ধৰি মেছিনৰ ভিতৰতে আবদ্ধ থাকিবলগীয়া হয় ৰোগীজন।

ৰোগীজনৰ পুত্ৰ দীপাঞ্জল বৰুৱাই কৰা অভিযোগ অনুসৰি জোন দাস নামৰ অপাৰেটৰজন সুৰাসক্ত অৱস্থাত আছিল।

আনহাতে, CT Scan কোঠাত সেই সময়ত কোনো ডাক্তৰ উপস্থিত নাছিল বুলি অভিযোগ কৰি দিপাঞ্জলে সংবাদ মাধ্যমৰ আগত কয় ‘নিয়ম অনুযায়ী ডাক্তৰ এজন থাকিব লাগে। এজন ডাক্তৰ নথকাকৈ CT Scan কেনেকৈ হ’ল? যিজন টেকনিচিয়ান উপস্থিত আছিল তেওঁ নিচাত আছিল।‘

তদুপৰি, প্ৰায় এঘন্টা ধৰি CT Scan মেছিনত ৰখাৰ পাছত ৰোগীজনৰ দেহ শীতল হৈ পৰিছিল। পাছত হাস্পতাল কতৃপক্ষই হীটাৰ দি ৰোগীজনৰ দেহ গৰম কৰিবলগীয়া হৈছে বুলি পুত্ৰই জানিবলৈ দিয়ে।

ইপিনে, এই ঘটনাৰ পাছতে ৰোগীৰ পৰিয়ালৰ লোক বশিষ্ঠ থানাত উপস্থিত হৈ অপাৰেটৰ আৰু হাস্পতাল কতৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

তদুপৰি, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱেও এই ঘটনাৰ তদন্ত কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

‘এই ঘটনাৰ তদন্ত কৰা হ’ব। তদন্তৰ পাছত যদি হাস্পতালৰ কতৃপক্ষৰ কিবা ভুল থকা দেখা পাওঁ, তেন্তে নিশ্চয়কৈ উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘ বিশ্বজিৎ পেগুৱে এইদৰে কয়।

হাস্পতাল কতৃপক্ষই এই ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। লগতে অপাৰেটৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও হাস্পতাল কতৃপক্ষই উল্লেখ কৰে।

‘এই ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। ইতিমধ্যে অপাৰেটৰ জনলৈ নিলম্বনৰ জাননী জাৰি কৰা হৈছে।‘ হাস্পতাল কতৃপক্ষৰ সংবাদ মাধ্যমৰ আগত ভাষ্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd