• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?

আৰক্ষীয়ে কোৱা মতে জেইলত আফতাবৰ আচৰণ অতি শান্ত যদিও আফতাবৰ আচৰণ সন্দেহজনকো।  কাৰাগাৰৰ ভিতৰত শান্ত সমাহিত ভাবে থকা আফতাবে কাৰোৰে লগত বেছি কথা নাপাতে। কাৰোৰে লগত মিলি নাযায়। আাফতাব কাৰাগাৰত ইমান আৰামত শুই থাকে যেন এই ভুলৰ বাবে তাৰ কোনো অনুশোচনাই নাই

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 8, 2022 1:52 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ প্ৰেমিকাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আফতাব আমিন পুনাৱালাৰক কাৰাগাৰাত দিয়া হৈছে বিশেষ সুবিধা।

উল্লেখ্য যে বিগত মাহত শ্ৰদ্ধা ৱালক নামৰ যুৱতীগৰাকীক পৈশাচিকভাবে হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈছিল আফতাবে। সমগ্ৰ দেশ কঁপাই গৈছিল এই ভয়ানক হত্যাকাণ্ডই। সংবাদ মাধ্যমতো ব্যাপকভাবে চৰ্চা লাভ কৰিছিল শ্ৰদ্ধা হত্যাকাণ্ডই। এই অপৰাধৰ দোষত বৰ্তমান তিহাৰ জেলত বন্দী কৰি ৰখা হৈছে আফতাব আমিনক।

Apply Now

জেইল কৰ্তৃপক্ষই জনোৱা মতে যোৱা শনিবাৰে এখন ইংৰাজী উপন্যাসৰ বাবে জেইল কৰ্তৃপক্ষক আবেদন জনাইছিল আফতাবে। আফতাবৰ অনুৰোধ ৰক্ষা কৰি জেইল কৰ্তৃপক্ষই এখন ইংৰাজী উপন্যাস যোগান ধৰিছিল আফতাবক।

জেইল কৰ্তৃপক্ষই কি উপন্যাস যোগান ধৰিছিল আফতাবক?

বিশিষ্ট আামেৰিকান ঔপন্যাসিক পল থেৰ’ৰ ভ্ৰমণকাহিনীমূলক ‘দ্য গ্ৰেট ৰেলৱে বাজাৰ: বাই ট্ৰেইন থ্ৰু এছিয়া’ নামৰ উপন্যাস খন যোগান ধৰিছিল কাৰাগাৰ কৰ্তৃপক্ষই।

কাৰাগাৰ কৰ্তৃপক্ষই আাফতাবক এই গ্ৰন্থখন দিছিল কাৰণ এইখন অপৰাধৰ ওপৰত ভিত্তি কৰি লিখা হোৱা নাই আৰু ইয়াত এনে বিষয়বস্তু নাই যাৰ ফলত তেওঁ আনৰ বা নিজৰ ক্ষতি কৰিব পাৰে।

কাৰাগাৰত কি কৰি থাকে আফতাবে?

আৰক্ষীৰ মতে, জেলত বেছিভাগ সময়তে আফতাবে দবা খেলে। দবা খেলত অতি পাকৈত হত্যাকাৰী আফতাব। খুবেই পৰিকল্পিত আৰু শান্ত মগজুৰে দবা খেল খেলে আফতাবে। জেলৰ সূত্ৰই জনোৱা মতে, তেওঁৰ এই কাৰ্য্যৰ পৰা এনে লাগে যে শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডও তেওঁৰ দবাৰ কৌশলৰ দৰে গভীৰ ষড়যন্ত্ৰৰ অংশ আছিল।

দবা খেলাৰ বাবে দুজন কয়দীৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছে আফতাবৰ। সেই বিশেষ কয়দী দুজনৰ লগতে প্ৰায়েই দবা খেলি সময় কটায় আফতাবে। চুৰিৰ গোচৰত আণ্ডাৰ ট্ৰায়েলত আছে উক্ত দুই কয়দী। ইয়াৰ উপৰিও ইতিমধ্যে কাৰাগাৰত কিতাপ পঢ়াত ব্যস্ত হৈ পৰিছে দুৰ্ধষ হত্যাকাৰী আফতাব আমিন পুনাৱালাৰ।

জেইলত কেনে আচৰণ আফতাবৰ?

জেইল কৰ্তৃপক্ষই জনোৱা মতে আফতাব অতি ধূৰ্ত। প্ৰতিটো কামেই আফতাবে সুপৰিকল্পিত ভাবে কৰে। প্ৰথমে মুম্বাই আৰক্ষীক কিছু দূৰ বিপথে পৰিচালনা কৰিবলৈ সক্ষম হৈ ধূৰ্ত আফতাব। কিন্তু গোচৰটো দিল্লী আৰক্ষীৰ অধীনলৈ অহাৰ লগে লগে সকলো কথা সৈ কাঢ়ি আৰক্ষীক পূৰ্ণ সহযোগ কৰিছিল আফতাবে। আৰক্ষীয়ে কোৱা মতে জেইলত আফতাবৰ আচৰণ অতি শান্ত যদিও আফতাবৰ আচৰণ সন্দেহজনকো।  কাৰাগাৰৰ ভিতৰত শান্ত সমাহিত ভাবে থকা আফতাবে কাৰোৰে লগত বেছি কথা নাপাতে। কাৰোৰে লগত মিলি নাযায়। আাফতাব কাৰাগাৰত ইমান আৰামত শুই থাকে যেন এই ভুলৰ বাবে তাৰ কোনো অনুশোচনাই নাই।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd