• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

শান্তি দূত পুটিন! যুদ্ধৰ বিভীষিকাৰ মাজতে পুটিনৰ শান্তিৰ বাণী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2022 6:02 pm
Putin on Russia-Ukraine war
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইন আক্ৰমণ কৰি সমগ্ৰ বিশ্ব সম্প্ৰদায়ৰ গৰিহণাৰ সন্মুখীন হোৱাৰ পাছত যুদ্ধৰ মাজতে এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।

এক বিবৃতিত পুটিনে কয়, শান্তি সৰ্বগ্ৰহণযোগ্য আৰু গুৰুত্বপূৰ্ণ। ৰাছিয়া সদায়ে শান্তিৰ ধ্বজাবাহক হৈ থাকিব।

Apply Now

পুটিনে কয়, “আমি শান্তি বিচাৰো। আমি আলোচনা কৰিব  বিচাৰিছিলো আৰু মীমাংসা কৰিব বিচাৰিছিলো।মিনস্ক চুক্তি অনুসৰি, আমি ইউক্ৰেইনক ডনবাছ গণৰাজ্য পুনৰ একত্ৰিত কৰাৰ সুযোগ দিছিলো।”

“ইউক্ৰেইনে কেৱল ডনবাছ গণৰাজ্যৰ আৱাসিক স্থানত গুলীবৰ্ষণ বন্ধ কৰাৰ প্ৰয়োজন আছিল আৰু অঞ্চলটোত বাস কৰা লোকসকলৰ মতামত শুনাৰ প্ৰয়োজন আছিল।”‐ পুটিনে লগতে কয়।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি ৰাছিয়াই এই বিষয়ত ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আলোচনাৰ বাবে সাজু আছিল। কিন্তু ইউৰোপ আৰু আমেৰিকাই ৰাছিয়াৰ প্ৰস্তাৱক অৱহেলা কৰে বুলি দাবী কৰিছে পুটিনে।

এই গোটেই সময়ছোৱাত পশ্চিমে ইউক্ৰেইনৰ শাসনক সমৰ্থন কৰিছিল আৰু ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনক যুদ্ধৰ বাবে উচটনি যোগায় বুলিও পুটিনে অভিযোগ কৰিছে।

“ডনবাছত অসামৰিক লোকৰ বিৰুদ্ধে অস্ত্ৰ ব্যৱহাৰ কৰা হয় আৰু এই বাবে আমি ইউক্ৰেইনক অস্ত্ৰৰে সজ্জিত নকৰিবলৈ আমি দেশসমূহলৈ আহ্বান জনাইছিলো। কিন্তু আমাৰ মতামত উপেক্ষা কৰা হৈছিল।”- পুটিনে কয়।

ৰাছিয়াৰ সীমান্তত এই দেশসমূহে এটা নাটো বাহিনী সৃষ্টি কৰিছিল। আনহাতে ৰাছিয়াই সম্পাদন নকৰা কামৰ বাবেও ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি ৰাছিয়াক সংকুচিত কৰা অব্যাহত আছিল বুলি পুটিনে বিবৃতিটোতলগতে উল্লেখ কৰে।

আনহাতে ডনবাছত ৰাছিয়াৰ উচটনিৰ পৰিৱৰ্তে এয়া ইউক্ৰেইনৰ গৃহযুদ্ধহে আছিল বুলি মন্তব্য কৰিছে পুটিনে। কিন্তু এতিয়া ইউক্ৰেইনে ৰাছিয়াৰ দ্বাৰা স্বীকৃত ডনবাছ গণৰাজ্যৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে বুলি অভিযোগ কৰে পুটিনে।

পুটিনে লগতে কয়, “ইউক্ৰেইনৰ লোকসকল ৰাছিয়ান সকলৰ বাবে ভ্ৰাতৃত্বপূৰ্ণ লোক। কিন্তু ইউক্ৰেইনৰ নেতৃত্ব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ নাগৰিক সকলৰ মনত ৰাছিয়াৰ প্ৰতি ঘৃণাৰ প্ৰচাৰ কৰে।”

ৰাছিয়াই ইউক্ৰেইনৰ ভাতৃত্বপূৰ্ণ লোকসকলক মুক্ত কৰাৰ লগতে ৰাছিয়াৰ সৈতে বন্ধুত্বপূৰ্ণ মুক্ত আৰু স্বাধীন ইউক্ৰেইন গঠন কৰিব বুলি ঘোষণা কৰিছে পুটিনে।

আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰক ৰাছিয়াৰ সীমান্ত ৰাষ্ট্ৰৰ পৰা আঁতৰি যোৱাৰ লগতে ইউক্ৰেইনক আমেৰিকাৰ পুতলা হিচাপে বিবেচনা কৰা বন্ধ কৰিবলৈ সঁকিয়াই দিছে পুটিনে।

ৰাছিয়াৰ ইউক্ৰেইন অভিযানক শান্তি ৰক্ষাৰ অভিযান অভিধা দি পুটিনে শান্তি কঢ়িয়াই অনাৰ লগতে আক্ৰমণকাৰীক শান্ত কৰিব বুলি ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd